• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তৃতীয় দিনত ছেবা ৰক্ষাৰ দাবীত চলা এছ এফ আইৰ অনশন কাৰ্যসূচী

উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা নকৰালৈকে অনশন অব্যাহত ৰখাৰ সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2023 4:34 pm
SEBA SFI hunger strike
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অনাস্থা তথা দীৰ্ঘদিন ধৰি ক্ৰমাগতভাৱে জাতীয় অনুষ্ঠান ছেবাক ধ্বংসৰ চক্ৰান্ত কৰাৰ অভিযোগ তুলি এই চক্ৰান্তৰ বিৰুদ্ধে ছাত্ৰ সংগঠন এছ এফ আইয়ে যোৱা ২০ মাৰ্চত আৰম্ভ কৰা অনশন কাৰ্যসূচীয়ে আজি তিনিদিন সম্পূৰ্ণ কৰিলে।

এগৰাকী অৱসৰ প্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এক উচ্চ পৰ্যায়ৰ তদন্ত কমিটি গঠন কৰি সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰা, ছেবাৰ অধ্যক্ষ, সচিব আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগ লগতে প্ৰতিবাদৰত ছাত্ৰ-ছাত্ৰীৰ ওপৰত অত্যাচাৰ চলোৱা ধলপুৰ থানাৰ আৰক্ষী বিষয়াক নিলম্বন কৰাৰ দাবীত এই অনশন কাৰ্যসূচী অব্যাহত ৰাখিছে এছ এফ আই- এ।

Apply Now

আজি এক বিবৃতি যোগে এছ এফ আই- ৰ অসম শাখাই কয়, “চৰকাৰ তথা প্ৰশাসনে এই বিষয়ত আজিপৰ্যন্ত নিৰ্বাক কিন্তু আমিও দাবীত অটল। আমাৰ দাবীৰ যুক্তিযুক্ততা ইতিমধ্যে আজিৰ বাতৰি কাকতসমূহত প্ৰকাশ পাইছে। CID তদন্ততেই ছেবাৰ এক বিশেষ চক্ৰ প্ৰশ্ন কাকত ফাদিলত যে জড়িত সেয়া প্ৰকাশ পাইছে।”

ছাত্ৰ সংগঠনটোৱে লগতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বাৰে বাৰে ছেবাৰ ভুল নাই বুলি কৈ দায় সাৰিব বিচাৰিছে বুলিও অভিযোগ কৰে। প্ৰকাশিত বিবৃতিটোত এছ এফ আই- এ লগতে কয়, “এই তদন্ত আৰু গভীৰভাৱে হ’ব লাগিব আৰু সেয়ে আমি এজন অৱসৰ প্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত এক উচ্চ পৰ্যায়ৰ তদন্ত কমিটি গঠন কৰি সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছো।”

তদন্ত প্ৰক্ৰিয়া যাতে সুকলমে হয়, তাৰ বাবে ছেবাৰ অধ্যক্ষ আৰু সচিবে পদত্যাগ কৰা উচিত বুলিও উল্লেখ কৰে ছাত্ৰ সংগঠনটোৱে। এছ এফ আই- এ কয়, “এই দুই বিষয়াক কিয় শিক্ষামন্ত্ৰীয়ে ৰক্ষণাবেক্ষণ দিব বিচাৰিছে? বৰঞ্চ শিক্ষামন্ত্ৰীয়ে নিজৰ বিফলতা স্বীকাৰ কৰি পদত্যাগ কৰিলেহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।”

“আমাৰ অনশনৰ আজি তৃতীয় দিন। অসমৰ জাতীয় অনুষ্ঠান ছেবা ৰক্ষাৰ দাবীত আমাৰ এই অনশন চলি থাকিব যেতিয়ালৈকে অসম চৰকাৰে এক উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা নকৰে আৰু ছেবাৰ সংস্কাৰৰ কৰিব বুলি আশস্ত নকৰে।”— বিবৃতিটোত লগতে এইদৰে উল্লেখ কৰা হৈছে।

তৃতীয় দিনা কাৰ্যসূচীত SFI ৰ অনশৰ প্ৰতি সমৰ্থন আৰু সহযোগিতা জনাই অনশনস্থলীত উপস্থিত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্বত্য বিশ্ববিদ্যালয় (NEHU) ৰ প্ৰাক্তন DEAN ড° অপূৰ্ব বৰুৱা। কন্ঠ অটুট থকালৈকে তেওঁ চৰকাৰৰ হঠকাৰিতা আৰু ছেবা ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে দৃঢ় প্ৰতিবাদ কৰি যাব বুলি মন্তব্য কৰে ড° অপূৰ্ব বৰুৱাই।

তেওঁৰ লগতে আজি অনশনস্থলীত CITU ৰ অসম ৰাজ্যিক কমিটিৰ সদস্য তথা সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ কাৰ্যকৰী সভাপতি বদন ভূঞা, অসম ৰাজ্যিক কৰ্মচাৰী ফেডাৰেচনৰ সভাপতি কমৰেড নৱ পাটগিৰি, সদৌ অসম নিৰ্মাণ শ্ৰমিকৰ কোষাধ্যক্ষ ভোলা শৰ্মা, প্ৰাক্তন এছ এফ আইৰ সতীৰ্থ হিতেশ দাস, CITU কামৰূপ মহানগৰ জিলা সম্পাদক আলি আকবৰো উপস্থিত থাকে।

এছ এফ আইৰ সংগ্ৰামক পূৰ্ণ সমৰ্থন আগবঢ়াই অনাগত দিনত সংগঠনটোৰ লগত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে উপস্থিত লোকসকলে। তেওঁলোকৰ লগতে অসম ৰাজ্যিক অংগণবাদি কৰ্মী সহায়িকা সন্থাৰ সম্পাদক ইন্দিৰা নেৱাৰ আৰু অসম ৰাজ্যিক কৃষক সভাৰ সভাপতি টিকেন দাস আৰু সম্পাদক গজেন বৰ্মন, AISA ৰ ৰাজ্যিক সভাপতি সুব্ৰত তালুকদাৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক মতিউৰ ৰহমান, প্ৰাক্তন উপ সভাপতি নৱদ্বীপ বৰগোহাঁয়ো আজি এছ এফ আইৰ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

এছ এফ আইয়ে নিৰ্ধাৰণ কৰা দাবীসমূহ পূৰণ নকৰালৈকে এই অনশন কাৰ্যসূচী অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে কাইলৈৰ শ্বহীদ দিৱসৰ লগত সঙ্গতি ৰাখি অনশনস্থলীতে এক কাৰ্যসূচী গ্ৰহণ কৰাৰ বিষয়ে সদৰী কৰিছে ছাত্ৰ সংগঠনটোৱে।

এই সন্দৰ্ভত সংগঠনটোৱে কয়, “উল্লেখযোগ্য যে কাইলৈৰ দিনটো ভাৰতবৰ্ষৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ দিন। ২৩ মাৰ্চ- শ্বহীদ দিৱস। ১৯৩১ চনৰ এই দিনটোতে ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰুক বৃটিছ চৰকাৰে ফাঁচী কাঠত ওলমাইছিল। এই দিনটোত মহান স্বাধীনতা আন্দোলনৰ বিপ্লৱীসকলক আমি অনশন থলীৰ পৰাই স্মৰণ কৰিম। বীৰ শ্বহীদ ভগৎ সিং, সুখদেৱ আৰু ৰাজগুৰুক স্মৰণ কৰি বিয়লি ২ বজাৰ পৰা এক কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে।”

“বীৰ শ্বহীদসকলৰ প্ৰেৰণাৰে আগবাঢ়ি যোৱাৰ আমি সংকল্প গ্ৰহণ কৰিম। শ্বহীদ দিৱসৰ এই ক্ষণত আমি সকলো অংশৰ ৰাইজৰ অংশগ্ৰহণ আৰু সহায়- সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। আহক, আমি সকলোৱে একেলগে আৰু একেমুখে ৰাজহুৱা শিক্ষা ৰক্ষাৰ দাবীত সমস্বৰে প্ৰতিবাদমুখৰ হওঁ।”— বিবৃতিটোত এছ এফ আই- এ লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd