• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ ব্ৰিটিছ যুগৰ এখন বিশেষ বেকাৰী : য’ৰ পৰা হৈছিল অসমত ব্ৰেডৰ প্ৰচলন; জানিবলৈ পঢ়ক…

জৱাহৰলাল নেহৰুৱে প্ৰশংসা কৰা ভাৰত বিখ্যাত এখন ‘বিশেষ বেকাৰী’

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
February 16, 2021 7:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত কেতিয়াৰ পৰা আৰু কেনেকৈ ব্ৰেড বা পাওৰুটিৰ প্ৰচলন ঘটিল? এই কথা নিশ্চয়কৈ সকলোৱে জানিবলৈ বিচাৰে।

আজি আমাৰ এই প্ৰতিবেদনত আমি ক’ম ব্ৰিটিছৰ যুগৰে পৰা গুৱাহাটীৰ ইতিহাস বিজড়িত এখন বেকাৰীৰ কথা।

Apply Now

ব্ৰিটিছ শাসনৰ কালৰে পৰা বিখ্যাত গুৱাহাটীৰ এইখন বেকাৰীৰ নাম শ্বেখ ব্ৰাদাৰ্ছ।

অসমৰ ভিতৰতে প্ৰথমখন বেকাৰী হিচাপে নাম আছে এইখন বিপনীৰ। এই বেকাৰীখন গুৱাহাটীৰ পাণবজাৰত অৱস্থিত।

জানিব পৰা মতে এই বেকাৰীৰ সৈতে জড়িত আছে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নাম। গুৱাহাটীলৈ অহা সময়ত প্ৰধানমন্ত্ৰীগৰাকীক এই বেকাৰীৰ পৰা পুৱাৰ জলপানৰ বাবে সু-স্বাদ্যু আহাৰৰ যোগান ধৰা হৈছিল। যি খাদ্য খায় পৰম তৃপ্তি লাভ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু প্ৰশংসাৰে উপচাই পেলাইছিল বেকাৰীখনক।

১৮৮০ চনত সেই সময়ৰ বংগৰ এগৰাকী বিখ্যাত ব্যৱসায়ী শ্বেখ গোলাম ইব্ৰাহিম আৰু তেওঁৰ দুগৰাকী ভাতৃ ব্ৰিটিছ গভৰ্ণৰৰ সৈতে গুৱাহাটীৰ উজানবজাৰ ঘাটলৈ আহিছিল। সেই তিনিগৰাকী ভাতৃয়ে ব্ৰিটিছ শাসকৰ নিৰ্দেশ অনুসৰি গুৱাহাটীৰ পাণবজাৰত ১৮৮৫ চনত আৰম্ভ কৰিছিল এইখন বেকাৰী। তেতিয়াৰে পৰা এইখন বেকাৰীৰ নাম শ্বেখ ব্ৰাডাৰ্ছ।

এই বেকাৰীৰ পৰাই ব্ৰেড গুৱাহাটীৰ জি এছ ৰোড নিৰ্মাণ কৰি থকা বিষয়া, অভিযন্তা আৰু শ্ৰমিকসকলে ৰাতিপুৱাৰ আহাৰ হিচাপে গ্ৰহণ কৰিছিল বুলি শ্বেখ ব্ৰাডাৰ্ছৰ স্বত্বাধিকাৰীয়ে আমাৰ আগত জানিবলৈ দিয়ে।

১৩৫ বছৰীয়া এক ইতিহাস বিজড়িত এইখন শ্বেখ ব্ৰাডাৰ্ছ এতিয়া চতুৰ্থ প্ৰজন্মই চলাই আছে।

প্ৰথমে অসমৰ পূৰ্বৰ ৰাজধানী শ্বিলঙলৈ ব্ৰিটিছ বিষয়াৰ আহাৰৰ বাবে এই বেকাৰীৰ পৰা ব্ৰেডৰ সৰবৰাহ হৈছিল। কিন্তু পাছলৈ  অসমৰ খিলঞ্জীয়া মানুহৰো প্ৰিয় হৈ পৰিল এই বেকাৰীৰ ব্ৰেডৰ লগতে অন্যান্য খাদ্য।

গুৱাহাটীত ভিন্ন বেকাৰী গঢ় লৈ উঠিছে যদিও অন্য বেকাৰীয়ে কোনোধৰণৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰা নাই বুলি আমাৰ আগত দাবী কৰিছে শ্বেখ ব্ৰাডাৰ্ছ ৰ পঞ্চম প্ৰজন্মৰ স্বত্বাধিকাৰীয়ে।

অসমৰ বিভিন্ন ঠাই যেনে, গোৱালপাৰা, ৰঙিয়া, ধুবুৰীকে ধৰি বিভিন্ন জিলাৰ ভিন্ন বেকাৰীয়ে এই শ্বেখ ব্ৰাডাৰ্ছৰ পৰা ব্ৰেড, কেক ইত্যাদি পাইকাৰী হাৰত ক্ৰয় কৰি লৈ যায় বুলিও জানিবলৈ দিয়ে স্বত্বাধিকাৰীয়ে।

পূৰ্বৰ তুলনাত আধুনিকীকৰণৰ ওপৰতো বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে এই বেকাৰীত।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

July 24, 2026 12:23 pm
নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

July 24, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd