• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অপ্ৰতিৰোধ্য বাংলাদেশী চাকিব : অদমনীয় প্ৰদৰ্শনেৰে বিশ্বকাপত ৰচিলে অনন্য অভিলেখ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2019 12:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইংলেণ্ডত চলি থকা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত দমনীয় প্ৰদৰ্শনেৰে ক্ৰিকেট প্ৰেমী তথা বিশেষজ্ঞসকলৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে বাংলাদেশৰ ষ্টাৰ অলৰাউণ্ডাৰ চাকিব আল হাছান। নিজৰ ক্ৰিকেট কেৰিয়াৰৰ সৰ্বোচ্চ ফৰ্মত থকা চাকিবে এইবাৰৰ বিশ্বকাপত গঢ়িবলৈ সক্ষম হৈছে এক অনবদ্য ৰেকৰ্ড।

চলিত বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ লীগ মেচত আজি বাংলাদেশে মুখামুখি হৈছে আফগানিস্তানৰ বিৰুদ্ধে। আৰু এই মেচখনত ৩৫ ৰান কৰাৰ লগে লগে চাকিবে বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্টত ১০০০ ৰান সম্পূৰ্ণ কৰি বাংলাদেশ ক্ৰিকেটত এক ইতিহাস সৃষ্টি কৰে। এই অনন্য অভিলেখৰ অধিকাৰী হোৱা বাওঁহতীয়া বেটছমেন গৰাকীয়ে হৈছে বাংলাদেশৰ একমাত্ৰ ক্ৰিকেটাৰ।

Apply Now

উল্লেখ্য যে চলিত বিশ্বকাপত এই পৰ্যন্ত চাকিবে দুটা বিস্ফোৰক শতকীয় ইনিংছো খেলিছে। বিশ্বকাপত হাজাৰ ৰান সম্পূৰ্ণ কৰা এই ৰেকৰ্ড গঢ়া চাকিব হৈছে বিশ্বৰ ১৯ সংখ্যক বেটছমেন। ইয়াৰ উপৰি তিনিটা অৰ্ধশতকীয় ইনিংছেৰেও দলত গুৰুত্বপূৰ্ণ অৰিহনা আগবঢ়াইছে।

বিশ্বকাপৰ এই পৰ্যন্ত ছয়খন মেচত চাকিবে ৪৭৬ ৰান সংগ্ৰহ কৰিছে। ৩২ বছৰীয়া ষ্টাৰ অল ৰাউণ্ডাৰ গৰাকীয়ে ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে ১২১ ৰান আৰু ৱেষ্ট ইণ্ডিজৰ বিপক্ষে ১২৪ ৰানৰ বিস্ফোৰক অপৰাজিত শতকীয় ইনিংছেৰে বিজয় লক্ষ্যত উপনীত কৰাইছিল।

চাকিবৰ এই দমনীয় প্ৰদৰ্শনৰ বাবেই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশা এতিয়াও সজীৱ হৈ আছে বাংলাদেশৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নিউজ, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd