• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশক নেতৃত্ব দিয়াৰ দৰে ধাৰাবাহিকতা নাই ৰাহুল গান্ধীৰ; এইবাৰ শাৰদ পাৱাৰৰ বিস্ফোৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 4, 2020 11:13 am
pawar met Rahul Gandhi

ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশক নেতৃত্ব দিয়াৰ দৰে ধাৰাবাহিকতা ৰাহুল গান্ধীৰ মাজত নাই। এই মন্তব্য কংগ্ৰেছৰেই পুৰণি মিত্ৰদলৰ নেতা শাৰদ পাৱাৰৰ।

পাৱাৰৰ মতে নেতা হিচাপে প্ৰয়োজনীয় ধাৰাবাহিকতা ৰাহুল গান্ধীৰ মাজত দেশবাসীয়ে বিচাৰি পোৱা নাই।

Apply Now

অৱশ্যে, ৰাহু গান্ধী সম্পৰ্কত বাৰাক অ’বামাই কৰা মন্তব্যকো তেওঁ সমৰ্থন কৰা শাৰদ পাৱাৰে।

এইবাৰেই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও এনচিপিৰ মুৰব্বীগৰাকীয়ে কংগ্ৰেছৰ মুখ্য নেতাৰ ৰাজনৈতিক সদিচ্ছাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

বৃহস্পতিবাৰে সংবাদমাধ্যমক দিয়া এক সাক্ষাৎকাৰত পাৱাৰে কয় যে ৰাহুল গান্ধীৰ নেতৃত্বক লৈ কিছু প্ৰশ্ন আছে। তেওঁৰ মাজত হয়তো সেই ধাৰাবাহিকতা নাই।

তাৰমাজতে শাৰদ পাৱাৰে গান্ধী পৰিয়ালৰ ঐতিহ্যৰ প্ৰতি আস্থাৰ কথাও প্ৰকাশ কৰে। তেওঁ কয় যে ছোনিয়া গান্ধী, গান্ধী পৰিয়ালৰ সৈতে মতপাৰ্থক্য থাকিলেও সত্যটো হ’ল যে আজিও কংগ্ৰেছীসকলে গান্ধী-নেহৰু পৰিয়ালৰ প্ৰতি আস্থা ৰাখে।

আনহাতে, ৰাহুলৰ সম্পৰ্কত বাৰাক অ’বামাই কৰা মন্তব্যৰ বিৰোধিতা কৰি পাৱাৰে কয় যে আমাৰ নিজৰ নেতাৰ বিষয়ে আমাৰ যি মন যায় ক’ব পাৰো. কিন্তু আন দেশৰ নেতাক লৈ আমি কথা কোৱা অনুচিত। মই ভাৱো এইক্ষেত্ৰত অ’বামাই নিজৰ সীমা অতিক্ৰম কৰিছে।

পিচে, শাৰদ পাৱাৰে যিধৰণে ৰাহুলৰ নেতৃত্বৰ ধাৰাবাহিকতাক লৈ প্ৰশ্ন তুলিছে সেইটোৱে কংগ্ৰেছ নেতাৰ ওপৰত চাপ সৃষ্টি কৰাটো নিশ্চিত বুলি ক’ব পাৰি।

দৰাচলতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰভাৱৰ বিপৰীতে বিৰোধী নেতা হিচাপে ৰাহুল গান্ধীৰ ভূমিকা যথেষ্ট  নিষ্প্ৰভ দেখা যায়। দীৰ্ঘদিন ধৰি বিৰোধী নেতাসকলে ৰাহুলক পাৰ্টটাইম ৰাজনীতিক বুলি দাবী কৰি আহিছে। কিন্তু এইবাৰ কংগ্ৰেছৰ মিত্ৰদলৰ নেতাৰ এনে মন্তব্য যথেষ্ট অস্বস্তিকৰ হ’ব বুলি ক’ব পাৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd