• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নতুন শিক্ষা বৰ্ষত আমেৰিকাত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ আগমনত ৪৪% হ্ৰাস…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2025 6:06 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিলেখ সংখ্যকভাৱে হ্ৰাস পাইছে নতুন শিক্ষা বৰ্ষত আমেৰিকাত পঢ়িবলৈ অহা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা। ২০২৪ চনৰ আগষ্ট মাহত এই সংখ্যা পূৰ্বৰ বছৰৰ তুলনাত ৪৪.৫% হ্ৰাস পাই ক’ভিড-১৯ মহামাৰীৰ পিছত সৰ্বনিম্ন স্তৰত উপনীত হৈছে। ড’নাল্ড ট্ৰাম্প প্ৰশাসনৰ অধীনত ভিছা প্ৰক্ৰিয়াকৰণত পলম, ভ্ৰমণ নিষেধাজ্ঞা আৰু ছাত্ৰ ভিছা আবেদনকাৰীৰ ওপৰত কঠোৰ পৰীক্ষাৰ ফলত ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে  আমেৰিকাৰ বিশ্ব বিদ্যালয়ত  নতুন শিক্ষা বৰ্ষত নামভৰ্তী কৰাত ব্যৰ্থ হৈছে।

আমেৰিকাৰ বাণিজ্য বিভাগৰ, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰশাসনৰ তথ্য অনুসৰি, এই আগষ্ট মাহত মাত্ৰ ৪১,৫৪০ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে এফ আৰু এম শ্ৰেণীৰ ভিছাত প্ৰৱেশ কৰিছে। এই ভিছাসমূহে নতুন আৰু ঘূৰি অহা ছাত্ৰ-ছাত্ৰী উভয়কে সামৰি লয়, গতিকে প্ৰথমবাৰৰ বাবে অহাৰ সঠিক সংখ্যা স্পষ্ট নহয়।

Apply Now

মহামাৰীৰ পিছত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ আগমন ক্ৰমাগতভাবে বৃদ্ধি পাইছিল। ২০২১ চনৰ আগষ্টত ৫৬,০০০ জন আহিছিল, ২০২২ চনত ৮০,৪৮৬ লৈ বাঢ়িছিল আৰু ২০২৩ চনত ৯৩,৮৩৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰে শীৰ্ষত উপনীত হৈছিল। কিন্তু ২০২৪ চনৰ আগষ্টত এই সংখ্যা ৭৪,৮২৫ লৈ হ্ৰাস পাইছে।

উল্লেখ্য যে শেষবাৰৰ বাবে আগষ্ট মাহত আমেৰিকালৈ অহা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তুলনামূলকভাৱে ২০১৭ চনত কম আছিল, যিটো ট্ৰাম্পৰ প্ৰশাসনৰ প্ৰথম বছৰ আছিল, তেতিয়া মাত্ৰ ৪১,১৯২ গৰাকী ছাত্ৰ-ছাত্ৰী উচ্চশিক্ষাৰ বাবে  আমেৰিকালৈ গৈছিল।

ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ এই হ্ৰাসৰ ফলত মুঠ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ আগমনত ১৯% হ্ৰাসৰ অংশ। আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ ৭০%তকৈ অধিক এছিয়ান ৰাষ্ট্ৰৰ, যিবোৰে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে আগষ্টত ২৪% হ্ৰাস, য’ত চীনৰ পৰা ১২% হ্ৰাস অন্তৰ্ভুক্ত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd