• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আইন মন্ত্ৰ্যালয়ৰ বিষয়া কৰ’নাত আক্ৰান্ত; ছীল কৰা হ’ল শাস্ত্ৰী ভৱনৰ এটা অংশ

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , May 5, 2020 2:50 pm

1 min read

Shastri-Bhawan-750x375

শাস্ত্রী ভবন{

683
VIEWS
Share on FacebookShare on Twitter

দেশজুৰি কৰ’না ভাইৰাছৰ সংক্ৰমণত নিৰন্তৰ লোক আক্ৰান্ত হ’বলৈ আৰম্ভ কৰিছে। প্ৰতিদিনেই কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতভাৱে বৃদ্ধি পাইছে।

শেহতীয়াকৈ আইন মন্ত্ৰ্যালয়ৰ এগৰাকী বিষয়াও কৰ’নাত আক্ৰান্ত হৈছে।

আইন আৰু ন্যায় মন্ত্ৰ্যালয়ৰ আইনী গোচৰ বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ কৰ’না পজিটিভ পোৱা গৈছে। বিষয়াগৰাকীয়ে শেষবাৰ যোৱা ২৩ এপ্ৰিলত নিজৰ কাৰ্যালয়লৈ গৈছিল।

বিষয়াগৰাকীৰ পজিটিভ পোৱাৰ পাছত আইনী গোচৰ বিভাগৰ শাস্ত্ৰী ভৱনত থকা কাৰ্যালয়টো ছীল কৰি দিয়া হৈছে।

শাস্ত্ৰী ভৱনৰ সূত্ৰই জানিবলৈ দিয়া মতে ‘এ’ উইংৰ চতুৰ্থ মহলাটো গেট নম্বৰ ১ৰ পৰা আৰম্ভ কৰি গেট নম্বৰ ৩ লৈকে ছীল কৰি দিয়া হৈছে।

গোটেই কাৰ্যালয়টো ছেনিটাইজ কৰাৰ কাম আৰম্ভ কৰা হৈছে। বুধবাৰলকৈ এই অংশটোৰ কিছু লিফ্ট আৰু গেট বন্ধ থাকিব।

যোৱা মাহত নীতি আয়োগৰ বিল্ডিংটো ছীল কৰি দিয়া হৈছিল। তাৰ পূৰ্বে ৰাজীৱ গান্ধী ভৱনতো কৰ’না পজিটিভ ৰোগী পোৱাৰ পাছত ছীল কৰা হৈছিল।

Tags: COVID-19

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd