DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্বীনা বৰাৰ উৱলি যোৱা মৃতদেহ আৱিস্কাৰ কৰা লোকজনক জেৰা ইন্দ্ৰাণী মুখাৰ্জীৰ অধিবক্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2019 5:56 pm
625664-sheena-bora

শ্বীনা বৰা। ফাইল ফটো

1k
VIEWS
Share on FacebookShare on Twitter

শ্বীনা বৰা হত্যাৰ অভিযুক্ত প্ৰাক্তন মিডিয়া বেৰণ পীটাৰ মুখাৰ্জী আৰু তেওঁৰ পত্নী ইন্দ্ৰাণী মুখাৰ্জীৰ অধিবক্তাই বুধবাৰে শ্বীনা বৰাৰ আধা জ্বলি যোৱা মৃতদেহৰ জকাটো প্ৰথম আৱিস্কাৰ কৰা গাঁৱৰ লোকজনৰ জেৰা কৰে।

শ্বীনা বৰাৰ হত্যাকাণ্ডৰ গোচৰটোৰ ৭০ সংখ্যক সাক্ষী হিচাপে গনেশ ধানে নামৰ লোকজনক জেৰা কৰা হয়।

মুম্বাইৰ সমীপৰ হেটেভনে গাঁৱৰ ধানে আদালতত কয় যে তেওঁ যেতিয়া ২০১২ চনত উক্ত অঞ্চলটোৰ কাষেৰে পাৰ হৈ গৈছিল তেতিয়া তেওঁ এই অৱশিষ্ট মৃতদেহৰ জকাটো আৱিস্কাৰ কৰিছিল।

তেওঁ আদালতক জানিবলৈ দিয়ে যে এখন টেম্পো ট্ৰেভেলাৰেৰে গৈ থাকোতে গৰাকীয়ে আম তুলিবৰ বাবে গাড়ীখন ৰখাইছিল। তাত সেই উৱলি যোৱা মৃতদেহটোৰ পৰা বিকট গোন্ধ এটা ভাহি আহিছিল। মৃতদেহৰ পৰি থকা জকাটো দেখাৰ পাছত তেওঁ স্থানীয় আৰক্ষীক জনাইছিল।

প্ৰত্যক্ষদৰ্শীজনে দাবী কৰে যে তেওঁ আৰক্ষীক জনোৱাৰ পাছতে তদন্তকাৰী বিষয়াৰ দল এটাই ঘটনাস্থলী পৰিদৰ্শন কৰিছিল আৰু চিকিৎসকে হাড় আৰু দাঁতৰ নমুনা সংগ্ৰহ কৰিছিল।

উল্লেখযোগ্য যে ২০১৫ চনত ইন্দ্ৰাণী মুখাৰ্জীৰ ড্ৰাইভাৰ শ্যামবৰ ৰায়ক অবৈধভাৱে মাৰণাস্ত্ৰ লগত ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ কৰাৰ পাছতে শ্বীনা বৰা হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছিল। জেৰাত শ্যামবৰে ইন্দ্ৰাণী মুখাৰ্জীয়ে শ্বীনাক হত্যা কৰাৰ কথা সদৰী কৰিছিল।

Recent News

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

ছয়গাঁৱত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd