• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্বীনা বৰা হত্যাকাণ্ড : মিখাইলক তেওঁৰ ‘বিলাসী নিচা’ সম্পৰ্কত প্ৰশ্ন কৰিলে ইন্দ্ৰানীৰ অধিবক্তাই

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2018 1:07 pm
indrani-mukherjea-pti-875-570x320

ইন্দ্রানী মুখার্জী-ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৫ চনত সংঘটিত শ্বীনা বৰা হত্যাকাণ্ডই সমগ্ৰ দেশতে চাঞ্চল্য সৃষ্টি কৰাৰ লগতে প্ৰতিদিনেই চৰ্চাৰ বিষয় হৈ ধৰা দিছিল। এখন ধাৰাবাহিকৰ কাহিনীৰ দৰে বাস্তৱ জীৱনৰ এই ঘটনালানিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

শ্বীনা বৰা হত্যাকাণ্ডৰ শেহতীয়া ঘটনাক্ৰমত ইন্দ্ৰানী মুখাৰ্জীৰ অধিবক্তাই সোমবাৰে  গোচৰটোৰ এগৰাকী সাক্ষী হিচাপে থকা ইন্দ্ৰানীৰ পুত্ৰ মিখাইলক তেওঁৰ গাড়ী, কুকুৰকে ধৰি তেওঁৰ খৰচী জীৱনৰ ওপৰত প্ৰশ্ন কৰে।

Apply Now

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি মিখাইলক প্ৰথমতে তেওঁৰ কিমানখন গাড়ী আছে সেই বিষয়ে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ ২০১১ চনৰ পৰা ২০১৫ চনলৈ তেওঁ ক্ৰয় কৰা গাড়ী সম্পৰ্কে সদৰী কৰে।

mekhail-pic-300x190
ইন্দ্রানী মুখার্জীৰ পুত্ৰ, শ্বীনা বৰাৰ ভাতৃ মিখাইল।

বাতৰিটোত কোৱা অনুসৰি মিখাইলক চিবিআইৰ বিশেষ আদালতত অধিবক্তা সুদীপ পাছবলাই লগতে মিখাইলক তেওঁৰ কুকুৰৰ প্ৰতি থকা দুৰ্বলতাৰ বিষয়েও প্ৰশ্ন কৰে। ইয়াৰ উত্তৰত মিখাইলে আদালতত কয় যে ২০১২ চনত তেওঁ ২০,০০০-২৫০০০ টকাত এটা ব্ৰিটিছ মাছটিফ ক্ৰয় কৰিছিল। তেওঁ কয় যে তেওঁৰ এখন ‘কাৰ’ বিক্ৰী কৰি সেই টকাৰে কুকুৰটো ক্ৰয় কিনিছিল।

‘’ এইটো কোৱা সঠিক নহ’ব যে চাৰিটা কুকুৰ থকা সত্বেও মই এটা ব্ৰিটিছ মাছটিফ কিনিছিলো। এইটো কোৱা সঠিক নহ’ব যে এই পাঁচটা কুকুৰ কিনিবলৈ মই ইন্দ্ৰানীৰ পৰা টকা বিচাৰিছিলো আৰু ইন্দ্ৰানীয়ে মোক সেই টকা দিছিল। এইটো কোৱা সঠিক নহ’ব যে এইবোৰ বিলাসী গাড়ী আৰু কুকুৰ আছিল আৰু মই সেইবোৰৰ দাম ইচ্ছাকৃতভাৱে বুজিব পাৰিছিলো। এইটো কোৱা সঠিক নহ’ব যে মই দামী বস্তুৰ প্ৰতি আসক্ত আৰু সেইবাবেই সদায় টকাৰ প্ৰয়োজন হয় আৰু মোৰ খৰচী নিচা পূৰণৰ বাবে ইন্দ্ৰানীৰ পৰা টকা দাবী কৰি আহিছো,’’-আদালতত সোধা প্ৰশ্নৰ উত্তৰত মিখাইলে এইদৰে কয়।

এইখিনিতে উল্লেখ কৰিব পাৰি যে শ্বীনা বৰা মাতৃ ইন্দ্ৰানী মুখাৰ্জী গুৱাহাটীৰ এটা মধ্যবিত্ত পৰিয়ালত ইন্দ্ৰানী বৰা নামৰে ডাঙৰ-দীঘল হৈছিল। অতি উচ্চাকাংখী ইন্দ্ৰানীয়ে সৰু চহৰখনৰ পৰা কলকাতালৈ ইন্দ্ৰানী খান্না হৈ মুম্বাইত ইন্দ্ৰানী মুখাৰ্জী হোৱালৈকে এই ‘গ্লেমাৰ পূৰ্ণ’ পৰিক্ৰমাৰ শেষত এতিয়া নিজ কন্যা শ্বীনা বৰাৰ হত্যাৰ মূল অভিযুক্ত হিচাপে কাৰাগাৰৰ বাসিন্দা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd