DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাশ্মীৰ প্ৰসংগকলৈ বিশেষ প্ৰস্তাৱ! প্ৰধানমন্ত্ৰী মোদীলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজৰ পত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2022 7:46 am
কাশ্মীৰ প্ৰসংগকলৈ বিশেষ প্ৰস্তাৱ! প্ৰধানমন্ত্ৰী মোদীলৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজৰ পত্ৰ
173
VIEWS
Share on FacebookShare on Twitter

নতুনকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ আসনত বহা পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফে এইবাৰ কাশ্মীৰ প্ৰসংগকলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ পঠিয়াইছে। ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে শ্বাহবাজক শুভেচ্ছা জনোৱাৰ পিছতে শনিবাৰে কূটনৈতিক সূত্ৰৰ জৰিয়তে ভাৰতলৈ এই পত্ৰ প্ৰেৰণ কৰা হয়।

পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফে পত্ৰত লিখিছে যে ভাৰত আৰু পাকিস্তাৰ মাজত শান্তিপূৰ্ণ আৰু সহযোগিতামূলক সম্পৰ্ক জৰুৰী। দেশবাসীৰ আৰ্থ সামাজিক বিকাশ তথা এই অঞ্চলৰ উন্নয়নৰ বাবে এইটো প্ৰয়োজন। এইটো একমাত্ৰ অৰ্থপূৰ্ণ আলোচনা আৰু শান্তিপূৰ্ণ অৱস্থানৰ জৰিয়তেহে সম্ভৱ।

লগতে পঢ়ক: নগাঁও জিলাৰ চামগুৰিৰ হদহদী জলপ্ৰপাতত দুই যুৱকৰ সলিল সমাধি

পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে লিখিছে যে জম্মু-কাশ্মীৰৰ অমীমাংসিত সমস্যাসমূহৰ উপৰি আন সমস্যাও সমাধানৰ প্ৰয়োজন। ‘আহক শান্তি নিশ্চিত কৰোঁ আৰু দেশ দুখনৰ দেশবাসীৰ উন্নতি তথা সমৃদ্ধিৰ বাবে কাম কৰোঁ।‘

শ্বাহবাজে পত্ৰখনত উল্লেখ কৰিছে, ‘সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে আমাৰ দেশৰ আত্মত্যাগ তথা অৱদান সকলোৱেই জানে আৰু সেয়া আন্তৰ্জাতিকভাৱেও স্বীকৃত।‘

উল্লেখ্য যে যোৱা ১১ এপ্ৰিলত সংসদত প্ৰথম ভাষণ দিয়েই কাশ্মীৰৰ প্ৰ সংগ উত্থাপন কৰিছিল শ্বাহবাজ শ্বৰিফে। তেওঁ কৈছিল,’ আমি ভাল সম্পৰ্ক বিচাৰো। কিন্তু কাশ্মীৰ সমস্যা সমাধান নোহোৱালৈকে শান্তি দীৰ্ঘস্থায়ী হ’ব নোৱাৰে।‘

লগতে পঢ়ক:ওৰাঙৰ ২নং শইকীয়া চুবুৰী ৰাজহুৱা নামঘৰত ৬০ বছৰীয়া লোককে ধৰি ২৯ দম্পতিৰ ৰাজহুৱা বিবাহ; সাক্ষী হৈ ৰ’ল পুত্ৰ-কন্যা,বোৱাৰী,নাতি-নাতিনী

ইয়াৰ প্ৰত্যুত্তৰত প্রধানমন্ত্রী মোদীয়ে টুইট কৰি লিখিছিল, ‘ভাৰতে শান্তি বিচাৰে। সন্ত্ৰাসমুক্ত হোৱাটো বিচাৰে যাতে আমি দেশবাসীৰ সুখ আৰু সমৃদ্ধি চাব পাৰো।‘

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd