• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোহলী-ৰোহিতক অতিক্ৰমী আই পি এলত শিখৰ ধাৱানে গঢ়িলে এক অভিলেখ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 15, 2020 2:51 pm

1 min read

কোহলী-ৰোহিতক অতিক্ৰমী আই পি এলত শিখৰ ধাৱানে গঢ়িলে এক অভিলেখ
408
VIEWS
Share on FacebookShare on Twitter

দিল্লী কেপিটেলছ দলৰ অপেনিং বেটছমেন শিখৰ ধাৱানে এটা নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বুধবাৰে ৰাজস্থান ৰয়েলছৰ বিপক্ষে খেলা মেচখনত ধাৱানে ৫৭ ৰানৰ সুন্দৰ ইনিংছ খেলি এটা অভিলেখ গঢ়ে।

কালিৰ এই ইনিংছটোৰ জৰিয়তে ধাৱানে আই পি এলত অৰ্ধশতক অৰ্জনকাৰীৰ তালিকাৰ দ্বিতীয় স্থানত উপনীত হয়।

অৰ্ধশতক অৰ্জনৰ ক্ষেত্ৰত ধাৱানে বিৰাট কোহলী, সুৰেশ ৰাইনা আৰু ৰোহিত শৰ্মাক অতিক্ৰম কৰে। কোহলী, ৰাইনা আৰু ৰোহিতৰ নামত আছে ৩৮টাকৈ অৰ্ধশতক।

ৰাজস্থানৰ বিৰুদ্ধে ধাৱানে আই পি এল কেৰিয়াৰৰ ৩৯তম অৰ্ধশতকটো অৰ্জন কৰে। আই পি এলত সৰ্বাধিক অৰ্ধশতক অৰ্জন কৰা ক্ৰিকেটাৰ গৰাকী হৈছে ডেভিড ৱাৰ্ণাৰ।

ৱাৰ্ণাৰে এই পৰ্যন্ত ৪৬টা অৰ্ধশতক অৰ্জন কৰিছে।

আই পি এল ইতিহাসত ৱাৰ্ণাৰে ৫০ বাৰ ৫০ৰ অধিক স্ক’ৰ কৰাৰ অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে কোনেও এই অভিলেখ গঢ়িবলৈ সক্ষম হোৱা নাই।

ইফালে আই পি এলত শতক অৰ্জনকাৰীৰ তালিকাৰ প্ৰথম স্থানত আছে ক্ৰিছ গেইল। গেইলে এই পৰ্যন্ত ৬টা শতকীয় ইনিংছ খেলিছে। ৫টা শতকেৰে এই তালিকাৰ দ্বিতীয় স্থানত আছে বিৰাট কোহলী।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd