• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাৰ ভয়াবহতাৰ বাবে আৰু এবছৰলৈ ক্ৰিকেট নহ’ব বুলি ভয় আখতাৰৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 22, 2020 1:57 pm

1 min read

Akhtar

ছোৱেইব আখতাৰ, উৎস-ইণ্টাৰনেট

5.1k
VIEWS
Share on FacebookShare on Twitter

বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছে স্তব্ধ কৰি তুলিছে সাধাৰণ জনজীৱন। এই মহামাৰীৰ বাবে বন্ধ হৈ আছে সকলো ধৰণৰ স্প’ৰ্টছ টুৰ্ণামেণ্ট।

এই ভয়াবহতাৰ কথা উল্লেখ কৰি সমগ্ৰ বিশ্বত ক্ৰিকেট যে কমেও আৰু এবছৰ খেলিব পৰা নাযাব তাক লৈ মন্তব্য প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱাইব আখতাৰে।

ৰাৱালপিণ্ডি এক্সপ্ৰেছ বুলি জনপ্ৰিয় আখতাৰে এই প্ৰসংগত কয়, ‍‘এই ভাইৰাছবিধৰ পৰা পৃথিৱী কেতিয়া মুক্ত হ’ব ক’ব নোৱাৰি। এতিয়াৰ পৰা বলাৰসকলে ছুইঙৰ বাবে বলত জিভাৰ পৰা থু সনাটো সম্ভৱ নহ’ব’।

তেওঁ লগতে কয় যে বলাৰসকলে বলটো চকমকীয়া তথা ৰিভাৰ্চ চুইং কৰিবৰ বাবে থু সানিছিল। এই কৌশলে বলাৰসকলক সফলতা লাক্ষৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল।

উল্লেখ্য যে বলাৰে লোৱা এই কৌশল বাৰণ কৰা হ’ব বুলি অলপতে প্ৰকাশ পোৱা এক প্ৰতিবেদনৰ ভিত্তিতে ৪৪ বছৰীয়া আখতাৰে এই মন্তব্য প্ৰকাশ কৰিছে।

Recent News

a utta

বিজেপি শাসিত ৰাজ্য উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটৰ আকস্মিক পদত্যাগ

Bird-750x375

বৰাইল পাহাৰত ৰোমাঞ্চকৰ অভিযান পাঁচ পক্ষীপ্ৰেমীৰ : সন্ধান লাভ বিৰল প্ৰজাতিৰ পক্ষী

সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd