• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হৰিদ্বাৰত এনকাউণ্টাৰত নিহত বাবা তাৰচেম সিং হত্যাৰ মূল অভিযুক্ত অমৰজিৎ সিং ওৰফে বিট্টু

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 9, 2024 11:32 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰাখণ্ড আৰক্ষীৰ এনকাউন্টাৰত নিহত হৈছে অমৰজিৎ সিং ওৰফে বিট্টু। নানকমট্টা গুৰুদ্বাৰৰ ‘কৰসেৱা’ৰ মুৰব্বী বাবা তাৰচেম সিঙৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল শ্বুটাৰ বিট্টু।

বাতৰি অনুসৰি, মঙলবাৰে পুৱা হৰিদ্বাৰৰ ভগৱানপুৰ অঞ্চলত উত্তৰাখণ্ড বিশেষ টাস্ক ফ’ৰ্চৰ সৈতে হোৱা এক এনকাউণ্টাৰত বিট্টু নিহত হয়।

উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অভিনৱ কুমাৰে সংবাদ সংস্থা এ এন আইক জনোৱা মতে, ১ লাখ টকা মূৰৰ দাম ঘোষণা কৰা শ্বুটাৰ অমৰজিৎ সিং নিহত হৈছে আৰু তেওঁৰ সহযোগীগৰাকীয়ে পলায়ন কৰে।

Apply Now

পলাতক অভিযুক্তক বিচাৰি উলিয়াবলৈ উত্তৰাখণ্ড বিশেষ টাস্ক ফ’ৰ্চ আৰু হৰিদ্বাৰ আৰক্ষীয়ে যৌথ অভিযান আৰম্ভ কৰিছে বুলিও শীর্ষ আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে৷ আৰক্ষীয়ে জনোৱা মতে, অমৰজিৎ সিঙৰ বিৰুদ্ধে ১৬টাতকৈও অধিক গোচৰ ৰুজু হৈ আছে।

লগতে পঢ়কঃ আমেৰিকাত পুনৰ উদ্ধাৰ ভাৰতীয় ছাত্ৰৰ মৃতদেহঃ এমাহ ধৰি হৈ আছিল নিৰুদ্দেশ

উল্লেখ্য যে যোৱা ২৮ মাৰ্চত উধম সিং নগৰৰ নানকমট্টা গুৰুদ্বাৰত বাইক আৰোহী দুজন দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল নানকমট্টা গুৰুদ্বাৰৰ মুৰব্বী বাবা তাৰচেম সিঙক। হত্যাকাণ্ডৰ কেইদিনমান পিছতে নানকমট্টা থানাত প্ৰাক্তন আই এ এছ বিষয়া হৰবংশ সিং চুঘ আৰু প্ৰীতম সিং আৰু বাবা অনুপ সিং নামৰ আন দুজন লোকৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰা হয়।

কৰসেৱাৰ এগৰাকী সেৱক জছবীৰ সিঙে অভিযোগ কৰে যে চুঘে এফআইআৰত নাম উল্লেখ কৰা আন দুজন লোকৰ সৈতে তাৰচেম সিঙক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল। বাতৰি অনুসৰি তেওঁ হত্যাৰ ষড়যন্ত্ৰত আন লোক জড়িত থকাৰ দাবীও কৰিছে।

ইয়াৰ পূৰ্বে ৰাজ্য আৰক্ষীয়ে এই হত্যাকাণ্ডৰ সম্পূর্ণ তদন্ত চলাই থকাৰ লগতে আন অভিযুক্তৰ সন্ধানত উত্তৰ প্রদেশ আৰু পঞ্জাৱত অভিযান চলাই থকা বুলি উল্লেখ কৰিছিল৷

লগতে পঢ়কঃ ইজৰাইলত কাৰাবন্দী হৈ থকা পেলেষ্টাইনী লেখক-অধিকাৰ কৰ্মী ৱালিদ ডাক্কাৰ মৃত্যু

তদুপৰি, এই গোচৰৰ সৈতে জড়িত আৰু তিনিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ মতে, তেওঁলোক অপৰাধীক কাম দিয়া, সামগ্ৰী যোগান ধৰি, অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি অপৰাধ সংঘটিত কৰাত জড়িত আছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

September 18, 2026 12:13 pm
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

September 18, 2026 8:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

বন্ধুক লগ কৰিবলৈ যোৱা কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা; গ্ৰেপ্তাৰ হোৱা ৪ জনৰ ৩ জনেই কিশোৰ

September 18, 2026 12:13 pm
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd