• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লুডু খেলত কাহ; ক’ৰ’নাতংকত আতংকিত হৈ এজনে গুলীয়াই আহত কৰিলে নিজৰে সতীৰ্থক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2020 10:17 am
4.4k
VIEWS
Share on FacebookShare on Twitter

সৰ্বত্ৰে নৰ সংহাৰী ক’ৰ’নাৰ আতংক।

এনে এক সময়তে উত্তৰ প্ৰদেশৰ নয়ডাত ক’ৰ’নাতংকৰ বাবে সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা। যোৱা মঙলবাৰে সংঘটিত ঘটনাটো শেহতীয়াকৈ পোহৰলৈ আনিছে সংবাদ প্ৰতিষ্ঠান পি টি আইএ।

স্থানীয় আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠান পি টি আইক প্ৰকাশ কৰিছে যে এজন লোকে লুডু খেলি থকা নিজৰ ২৫ বছৰীয়া সতীৰ্থগৰাকীকে গুলীয়াই আহত কৰে নয়ডাত। ঘটনাটো সংঘটিত হৈছে নয়ডাৰ দয়ানগৰ মন্দিৰত।

ঘটনাৰ বিৱৰণী অনুসৰি নয়ডাৰ দয়ানগৰ মন্দিৰত লুডু খেলি থকা অৱস্থাত এজনে কহাক লৈ দুজন লোক বাক-বিতণ্ডাত লিপ্ত হোৱাৰ পিছত কাজিয়াৰ সূত্ৰপাত হয়।

আৰক্ষীই সূত্ৰৰ উদ্ধৃতিৰে পি টি আইএ প্ৰকাশ কৰিছে যে ২৫ বছৰীয়া প্ৰশান্ত সিং ওৰফে প্ৰৱেশে কাহি দিয়াত সতীৰ্থ জাৰ্চা সিং ওৰফে গুলু নামৰ ৩০ বছৰীয়া লোকজনে ক’ৰ’না সংক্ৰমণৰ আতংকত প্ৰশান্তৰ লগত বাক বিতণ্ডাত লিপ্ত হয়। বাক বিতণ্ডাৰ পিছতে উত্তেজিত হৈ গুলুৱে প্ৰশান্ত নামৰ লোকজনক গুলীয়াই আহত কৰে।

আহত প্ৰশান্তক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰি থকা হৈছে। তেওঁ এতিয়া সংকটমুক্ত বুলি জানিব পৰা গৈছে।

আহত প্ৰশান্তৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে অভিযুক্ত গুলুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে, কাহ মৰাটো ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ অন্যতম লক্ষণ হোৱাৰ ফলতে আতংকগ্ৰস্ত হৈ গুলু নামৰ লোকজনে এই কাণ্ড সংঘটিত কৰিলে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

Tags: COVID-19

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd