DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপি প্ৰীতি! বিধায়ক শশীকান্ত দাসলৈ কংগ্ৰেছৰ কাৰণ দৰ্শোৱাৰ জাননী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 20, 2021 8:23 pm
232
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ বিধায়ক শশীকান্ত দাসলৈ অৱশেষত কংগ্ৰেছে জাৰি কৰিলে কাৰণ দৰ্শোৱাৰ জাননী।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক ববিতা শৰ্মাই স্বাক্ষৰ কৰা জাননী খনত এইবুলি কোৱা হৈছে যে বিধায়ক শশীকান্ত দাসে বিজেপিিক একপ্ৰকাৰ মুকলিকৈয়ে সমৰ্থন জনাইছে।

তদুপৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতো তেওঁ অতি অনুগতৰ দৰে আচৰণ কৰিছে।

বিধায়কগৰাকীৰ এনে কাৰ্যই দলৰ ভাৱমূৰ্তি বিনষ্ট কৰা বুলি মন্তব্য কৰি কংগ্ৰেছে তেওঁক ২৪ ঘণ্টাৰ ভিতৰত   কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে।

উল্লেখ্য শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই কংগ্ৰেছী বিধায়ক শশীকান্ত দাসে উন্নয়নমূলক কামকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ কথাই এতিয়া বহু ৰহস্যৰ সৃষ্টি কৰিছে।

বিশেষ সূত্ৰই সদৰী কৰা অনুসৰি আজিয়েই কংগ্ৰেছ এৰিব পাৰে বিধায়ক শশীকান্ত দাসে।

তেওঁ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিব বুলি জানিব পৰা গৈছে।

হয়তো আজিয়েই তেওঁ গেৰুৱা সাজ পিন্ধিব পাৰে।

মুখ্য মন্ত্ৰীৰ চৰণ চুই আশীৰ্বাদো লয় বিধায়ক গৰাকীয়ে।

মুখ্য মন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ফুলাম গামোচাৰে আদৰাণি জনায় শশীকান্ত দাসক।

ইয়াৰ পাছতে এতিয়া শশীকান্ত দাসৰ বিজেপি গমনৰ বিষয় লৈ ব্যাপক চৰ্চা চলিছে। শশীকান্ত দাস এইবাৰ প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল।

এতিয়া ৰূপজ্যোতি কূৰ্মী, সুশান্ত বৰগোহাঁইৰ পাছত কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা তৃতীয়গৰাকী বিধায়ক হ’ব পাৰে শশীকান্ত দাস।

কিন্তু এই সন্দৰ্ভত চৰ্চা চলি আছে যদি বিধায়কগৰাকীয়ে এই সন্দৰ্ভত স্পষ্টকৈ মুখ খোলা নাই।

তেওঁ কৈছিল ” মই সমষ্টিটোৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিলোঁ। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কামত বহুত সন্তুষ্ট সেয়েহে নিজৰ সমষ্টিটোৰ উন্নয়নৰ আশাত তেওঁক সাক্ষাৎ কৰো। মই বৰ্তমানো কংগ্ৰেছৰে বিধায়ক কিন্তু উন্নয়নমূলক কামত মই মুখ্যমন্ত্ৰীৰ সদায় সমৰ্থনত আছোঁ।”

মুঠৰ ওপৰত গেৰুৱা হোৱাৰ দিশত শশীকান্ত দাস।

Recent News

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ  স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd