• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

অপ্ৰতিৰোধ্য ‘শুভ’ গতিৰে গিলৰ আন এক চমক! কোহলী, ধাৱানক অতিক্ৰমি গঢ়িলে নতুন ৰেকৰ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2023 5:15 pm
Shubman Gill
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত নিজৰ দুৰন্ত প্ৰদৰ্শন অব্যাহত ৰাখিছে উদীয়মান ক্ৰিকেটাৰ শুভমন গিলে। ২০১৮ চনৰ ১৯ অনুৰ্ধ বিশ্বকাপতে এক সম্ভাৱনাপূৰ্ণ ভৱিষ্যতৰ উমান দিয়া গিলে ক্ৰমাৎ এই সম্ভাৱনাক পতীয়মান কৰি তুলিছে। লাভ কৰা সুযোগৰ সদব্যৱহাৰ কৰি প্ৰতিভাৱান তাৰকাগৰাকীয়ে শেহতীয়াকৈ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি চমক সৃষ্টি কৰিছে।

শ্ৰীলংকাৰ বিৰুদ্ধে সদ্যসমাপ্ত এদিনীয়া শৃংখলাত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰাৰ পিছত আজি নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা প্ৰথমখন এদিনীয়াতো গিলে এক চমকপ্ৰদ শতকীয় ইনিংছ উপহাৰ দিছে। নিজৰ ১৯ সংখ্যক এদিনীয়াত তৃতীয়টো শতক সংগ্ৰহেৰে এইপৰ্যন্ত ক্ৰীজত আছে গিলে।

Apply Now

এই শতকীয় ইনিংছটোৰে গিলে আজি নিজৰ নামত সন্নিৱিষ্ট কৰিছে এক ঈৰ্ষণীয় অভিলেখ। এই ইনিংছটোৰ সহায়ত গিলে এদিনীয়া ক্ৰিকেটত সম্পূৰ্ণ কৰিছে ১০০০ ৰান। কেৰিয়াৰৰ মাত্ৰ ১৯ সংখ্যক এদিনীয়াত ১০০০ ৰান সম্পূৰ্ণ কৰি গিলে এই সীমা অতিক্ৰম কৰা দ্ৰুততম ভাৰতীয় খেলুৱৈত পৰিণত হয়।

এই ক্ষেত্ৰত গিলে অতিক্ৰম কৰে তাৰকা ক্ৰিকেটাৰদ্বয় বিৰাট কোহলী আৰু শিখৰ ধাৱানক। যুটীয়াভাৱে এই অভিলেখ নিজৰ নামত ৰখা দুয়োগৰাকী তাৰকাই ২৪ ইনিংছত ১০০০ ৰান সংগ্ৰহ কৰিছিল। গিলে দুয়োগৰাকী তাৰকা বেটাৰতকৈ পাঁচখন কম মেচতে এহাজাৰ ৰানৰ সীমা অতিক্ৰম কৰি নতুন ভাৰতীয় অভিলেখ গঢ়ি তোলে।

অৱশ্যে আন্ত:ৰাষ্ট্ৰীয় ৰেকৰ্ডৰ হিচাপত এই ক্ষেত্ৰত গিলৰ স্থান দ্বিতীয়। পাকিস্তানৰ ইমাম-উল-হকৰ সৈতে গিল এতিয়া যৌথভাৱে দ্বিতীয় স্থানত আছে। ১৯ ইনিংছত ১০০০ ৰান সম্পূৰ্ণ কৰি গিলে ভিভ ৰিচাৰ্ডছ, বাবাৰ আজম, কেভিন পিটছাৰচেন, জনাথন ট্ৰট, কুইণ্টন ডি কক আৰু ৰাছি ভান ডেৰ ডাচেনৰ দৰে খেলুৱৈক অতিক্ৰম কৰে।

এই আটাইকেইগৰাকী তাৰকাই ২১ টা এদিনীয়া ইনিংছত ১০০০ ৰান সংগ্ৰহ কৰিছিল। পাকিস্তানৰ ফখৰ জামানে ১৮ টা এদিনীয়া ইনিংছত ১০০০ ৰান সংগ্ৰহ কৰি এই তালিকাত প্ৰথম স্থানত আছে।

সম্প্ৰতি চলি থকা মেচখনত নিজৰ প্ৰথমটো দ্বিশতকৰ ওচৰ চপা গিলে ১৪২ টা বলত ১৯ টা চাৰি আৰু ৫ টা ছয়েৰে ১৮২ ৰানত বেটিং কৰি আছে। দুই অভাৰ বাকী থকা অৱস্থাত ভাৰতে সংগ্ৰহ কৰিছে ৭ উইকেটত ৩১৮ ৰান।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd