• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিবন ডেকা ডাঙৰ মাছ নহয়, গুৱাহাটীতে নিশ্চিন্তে ঘুৰি আছে SI কেলেংকাৰীৰ ৰৌ-বৰালী : আৰ.পি. শৰ্মাৰ বিস্ফোৰণ

SI নিযুক্তি কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ডৰ নাম ঘোষণা কৰিলে আৰ.পি.য়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 30, 2020 8:47 pm
R P Sarmah
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত এতিয়া SI পৰীক্ষা প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈ থকাৰ মাজতে এই কেলেংকাৰীক লৈ বিস্ফোৰক মন্তব্য কৰিছে প্ৰাক্তন বিজেপি সাংসদ তথা ন-কংগ্ৰেছী আৰ.পি শৰ্মাই।

আজি উলুবাৰীস্থিত নিজ বাসগৃহত এক সংবাদমেল সম্বোধন কৰি শৰ্মাই কয় ‘SI কেলেংকাৰীৰ ৰৌ-বৰালী গুৱাহাটীতে আছে। তেওঁলোক নিশ্চিন্তে ঘূৰি আছে।দুই এজন কলিকতালৈ পলাব পাৰে।‘

Apply Now

যদি আৰক্ষীৰ সদ্দিচ্ছা আছে আৰু সৰ্বানন্দ সোণোৱালৰ সঠিক তদন্ত কৰাৰ ইচ্ছা আছে তেন্তে দুই-চাৰিজন লোকক জেৰা কৰক বুলি দাবী জনায় আৰ.পি.য়ে।

ইপিনে, SI কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ডৰ নাম ঘোষণা কৰে আৰ.পি. শৰ্মাই।

তেওঁৰ মতে ‘SI কেলেংকাৰীৰ মূল মাষ্টাৰমাইণ্ড হ’ল প্ৰাঞ্জল বৰুৱা। দ্বিতীয়তে কলিকতাৰ কৌশিক চৰকাৰ গুৱাহাটী ছয়মাইলত থাকে। তৃতীয়তে গুৱাহাটীৰ উলুবাৰীৰ গৌতম মেছ। চতুৰ্থতে নগাওঁৰ হিৰণ্য কুমাৰ গায়ন।

 

Gayon 2 ইয়াৰে হিৰণ্য কুমাৰ গায়নে হোজাইত আৰ.এছ, এছৰ শাখা কৰি থকা ফটো আছে। আৰ.এছ.এছত থাকি ইয়াৰ শক্তি অপব্যৱহাৰ কৰি এইবোৰ দুৰ্নীতি কৰিছে।‘

আনহাতে, বিজেপি নেতা দিবন ডেকা ৰৌ বৰালী নহয় বুলি দাবী কৰি আৰ.পি. শৰ্মাই কয় ‘তেওঁ ঠিকাদাৰ বা দালালি কৰিছিল। তেওঁ প্ৰাঞ্জল বৰুৱা আৰু এই তিনিজনৰ হৈ দালালি কৰিছিল। বিজেপি কৰাসকলে আৰ.এছ.এছৰ শাখা কৰিবই লাগে গতিকে দিবন ডেকাইয়ো কৰিছিল।‘

Gayon

ইপিনে, প্ৰাঞ্জল বৰুৱাই অক্ষয় টেলি কমিউনিকেশ্যন আৰু এমট্ৰেক নামৰে দুটা ব্যক্তিগত প্ৰতিষ্ঠান চলাই আছে বুলি উল্লেখ কৰি শৰ্মাই কয় ‘দুয়োটা কোম্পানীয়ে ২০১৫ চনৰ পৰা অসম চৰকাৰৰ বিভিন্ন বিভাগৰ নিযুক্তিৰ কাম কৰি আছে। প্ৰাঞ্জল বৰুৱাক ধৰিলে সকলো কথা ওলাই পৰিব।‘

ইয়াৰ বেকগ্ৰাউণ্ডত অঞ্জলী কুমাৰী নামৰ এগৰাকী মহিলা আছে বুলি দাবী কৰি আৰ.পি.য়ে কয় ‘দিল্লীৰ দিল্লী পাব্লিক স্কুলৰ ইংৰাজী বিভাগৰ শিক্ষয়িত্ৰী আছিল। তাৰ পাছত ডেপুটেশ্যনত গুৱাহাটীৰ দিল্লী পাব্লিক স্কুললৈ আহিল। তাৰ পাছত আকৌ ভঙাগড়ৰ হিন্দুস্থানী কেন্দ্ৰীয় বিদ্যালয়লৈ বদলি হ’ল। তাৰ পাছত আকৌ ৰয়েল গ্ল’বেললৈ গ’ল। এইগৰাকী মহিলা আছিল প্ৰশ্নকাকত চপোৱাৰ দায়িত্বত।‘

তাৎপয্যপূৰ্ণভাৱে, এওঁলোকক জালত পেলাবলৈ অসম চৰকাৰৰ সাহস নাই বুলি উল্লেখ কৰি শৰ্মাই কয় ‘এওঁলোকৰ হাত দিল্লীলৈকে আছে। সৰ্বানন্দ সোণোৱালেও সাহস নকৰিব।‘

এই কাণ্ডৰ চিবিআই তদন্ত হ’ব লাগে বুলি দাবী জনাই শৰ্মাই কয় ‘যদি সুশান্ত সিঙৰ ১৫ কোটিৰ গোচৰত ই.ডি আহিব পাৰে ইমান এক বৃহৎ কেলেংকাৰীত অসমত কিয় আহিব নোৱাৰে? সৰ্বানন্দ সোণোৱাল আৰু ভাস্কৰজ্যোতি মহন্তলৈ অনুৰোধ অসমতো চিবিআই বা ই.ডিৰ তদন্ত দিব লাগে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd