• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্মাৰ্ট মিটাৰক লৈ সৰৱ সিদ্ধাৰ্থ ভট্টাচাৰ্য ; তাৰপিছতেই প্ৰতিক্ৰিয়া অজিৎ ভূঞাৰ

কোকিল শইকীয়া by কোকিল শইকীয়া
September 8, 2024 8:08 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে অসমৰ জনসাধাৰণৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ স্থাপন কৰাক কেন্দ্ৰ কৰি বিতৰ্ক চলি থকাৰ সময়তেই বিজেপিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এক বক্তব্যই তোলপাৰ লগাইছে ৰাজ্যত।

শেহতীয়াকৈ অসমত চলি আছে স্মাৰ্ট মিটাৰ বিতৰ্ক। ৰাজপথৰ পৰা আৰম্ভ কৰি বিধানসভাৰ মজিয়ালৈকে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে চলিছে তীব্ৰ প্ৰতিবাদ। কংগ্ৰেছ, আম আদমী পাৰ্টি, ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আদিকে ধৰি বহু সংগঠনে স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰি ৰাজপথত আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিছে।

Apply Now

গৰিষ্ঠসংখ্যক ৰাইজৰ অভিযোগ অনুসৰি, স্মাৰ্ট মিটাৰৰ বাবেই বিদ্যুতৰ মাচুল বেছিকৈ আহিছে। বৰ্ধিত মাচুল পৰিশোধ কৰিব নোৱাৰাৰ বাবেই বিদ্যুৎ বিভাগে কৰ্তন কৰিছে দৰিদ্ৰ ৰাইজৰ বিদ্যুৎ সংযোগ।

ইয়াৰ মাজতেই বিৰোধীৰ সুৰত সুৰ মিলাই স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰিছে বিজেপি নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যই। সিদ্ধাৰ্থ ভট্টাচাৰ্যই স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ অজিৎ কুমাৰ ভূঞাই।

অজিৎ কুমাৰ ভূঞাই ফেচবুকত লিখিছে, “সিদ্ধাৰ্থ ভট্টাচার্য কোনো সাধাৰণ হোজা গ্ৰাহক নহয়, তেওঁ শাসকীয় বিজেপি দলৰ এজন প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ শাসকীয় দলৰ বিধায়ক যিয়ে অসম চৰকাৰ আৰু এপিডিচিএলক নিয়ম উলংঘা কৰি স্মার্ট মিটাৰ স্থাপন কৰাৰ বাবে  নিন্দা কৰিছে।”

লগতে ভূঞাই লিখিছে, “মুখ্যমন্ত্ৰী পৰিয়ালৰ সদস্যৰ বাণিজ্যিক আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহত স্মাৰ্ট প্ৰি-পেইড মিটাৰ লগোৱা হৈছে নে নাই সেই বিষয়ে জনাটো অসমৰ ৰাইজৰ অধিকাৰ আছে।  কিন্তু সমগ্ৰ ৰাজ্যৰ যিসমূহ চৰকাৰী কাৰ্যালয় আৰু উদ্যোগত প্ৰি-পেইড স্মাৰ্ট মিটাৰ স্থাপন কৰা হৈছে সেই সংখ্যা প্ৰকাশ কৰিবলৈ চৰকাৰে কিয় ভয় খাইছে ?”

এতিয়া অজিৎ কুমাৰ ভূঞা আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মন্তব্যৰ পিছত যেন স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অধিক জনমত গঢ় লৈ উঠিছে। এই দুই নেতাৰ মন্তব্যক কেন্দ্ৰ কৰি পুনৰ তীব্ৰ হৈ পৰিছে স্মাৰ্ট মিটাৰবিৰোধী প্ৰতিক্ৰিয়া, প্ৰতিবাদ।

কোকিল শইকীয়া

কোকিল শইকীয়া

সাংবাদিক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

September 15, 2026 9:36 am
ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

September 15, 2026 8:42 am
সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

নাগৰিকৰ অধিকাৰক নেতাৰ অনুগ্ৰহ সজোৱাৰ প্ৰয়াস নেকি ‘সেৱা সংকল্প অভিযান’? প্ৰধানমন্ত্ৰীলৈ মুকলি চিঠি এজেপি নেত্ৰী কুংকি চৌধুৰীৰ

September 15, 2026 9:36 am
ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

September 15, 2026 8:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd