• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাত মহকুমাৰ ৰজাবাৰীৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ

উত্তম শইকীয়া by উত্তম শইকীয়া
January 31, 2021 12:33 pm
IMG-20210131-WA0016
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিদ্যাভাৰতীৰ অন্তৰ্গত গোলাঘাট জিলাৰ প্ৰথমখন নিকেতনৰজাবাৰীৰ শংকৰদেৱ শিশু নিকেতনে ২০২২ চনত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিব।

সেই উপলক্ষে ৰূপালী জয়ন্তীৰ  প্ৰাক ক্ষণত অহা ৩ আৰু ৪ ফেব্ৰুৱাৰীত আৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰিছে।

Apply Now

উল্লেখযোগ্য যে ১৯৯৭ চনৰ ৩ ফেব্ৰুৱাৰীত বোকাখাতৰ ৰজাবাৰীৰ কেইজনমান শিক্ষানুৰাগী লোকৰ প্ৰচেষ্টাত গঢ় লোৱা নিকেতনখনৰ ৰূপালী জয়ন্তীৰ আৰম্ভণি অনুষ্ঠানত ৩ ফেব্ৰুৱাৰীৰ কাৰ্যসূচী অনুসৰি বন্তি প্ৰজ্বলন কৰিব চেনিৰাম শইকীয়াই।

সত্যব্ৰত গোস্বামীয়ে স্মৃতি তৰ্পন কৰাৰ পাছতেই নিকেতন পৰিচালনা সমিতিৰ সভাপতি যাদৱ হাজৰিকাই মূল পতাকা উত্তোলন কৰিব।

বিভিন্ন ক্ষেত্ৰৰ কেবাজনো বিশিষ্ট ব্যক্তিয়ে আন২৪ খন পতাকা উত্তোলন কৰিব।

বৃক্ষৰোপন কৰিব গোবিন দাসে ৷ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বোকাখাতৰ মহকুমাধিপতি বিপুল দাসে।

ইলোৰা শইকীয়াই প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰাৰ পাছতেই অনুষ্ঠিত হ’ব লগীয়া ন পুৰণি শিক্ষক আৰু ছাত্ৰ- ছাত্ৰীৰ মত বিনিময় অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকিব বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতা‌‌।

৪ ফেব্ৰুৱাৰীৰ পুৱা মাৰাথন দৌৰেৰে আৰম্ভ হ’ব লগা অনুষ্ঠান উদ্বোধন কৰিব প্ৰাক্তন খেলুৱৈ পুহেশ্বৰ গগৈয়ে।

শিক্ষক শিক্ষয়ত্ৰী সকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হোৱাৰ পাছতেই অনুষ্ঠিত হ’ব লগীয়া মুকলি সভা বোকাখাতৰ খণ্ড উন্নয়ন বিষয়া দিলীপ সৰকাৰে উদ্বোধন কৰিব।

সন্ধিয়ালৈ অনুষ্ঠিত হ’ব লগীয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব সাংস্কৃতিক শিল্পী বীৰেণ দাসে।

উল্লেখযোগ্য যে বছৰজোৰা বিভিন্ন কাৰ্যসূচীৰে  উদযাপন হ’ব লগীয়া এই ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰতিটো কাৰ্যসূচীত আৰম্ভণিৰে পৰাই প্ৰতিজনৰে সহায়-সহযোগ সভাপতি বুবুল দত্ত,সম্পাদক মৃদুল বৰা প্ৰমুখ্যে উদযাপন সমিতিৰ প্ৰতিজন বিষয়ববীয়া, নিকেতন কৰ্তৃপক্ষ তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে কামনা কৰিছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm
‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

‘লাঠিৰ ভয় নাখাব’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লী চলো; ছাত্ৰ সংগঠনসমূহক যোগদানৰ আহ্বান ৰাহুল গান্ধীৰ

October 29, 2026 7:09 pm
বৰদলৈ ট্ৰফীঃ গুৱাহাটী চিটি এফ চিক ৪-১ গ’লত পৰাস্ত কৰিলে গিৰিজানন্দ এছ চি-য়ে, ৫-০ গ’লত জয়লাভ এএছইবি-ৰ

বৰদলৈ ট্ৰফীঃ গুৱাহাটী চিটি এফ চিক ৪-১ গ’লত পৰাস্ত কৰিলে গিৰিজানন্দ এছ চি-য়ে, ৫-০ গ’লত জয়লাভ এএছইবি-ৰ

October 29, 2026 6:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত পঞ্চম হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান

October 29, 2026 8:30 pm
মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

মৰ্মান্তিক! বন্ধ ফ্লেটৰ পৰা উদ্ধাৰ তিনি ভাতৃ-ভগ্নীৰ উৱলি যোৱা মৃতদেহ; আঁৰত কি ৰহস্য?

October 29, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd