• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিভিন্ন দাবীত শিৱসাগৰত বাওঁ গণতান্ত্ৰিক মঞ্চৰ অৱস্থান ধৰ্মঘট

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 12, 2020 4:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ সময়ত উদ্ভৱ হোৱা আৰ্থ-সামাজিক সংকট তথা নিম্ন আয়ৰ পৰিয়ালবোৰৰ দুখ দূৰ্দশাৰ লগতে বিভিন্ন সমস্যাৰ দাবীত ৰাজ্যৰ দহটা ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চ বাওঁ গণতান্ত্ৰিক মঞ্চ অসমে সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সীমিত সংখ্যক কৰ্মীৰে তথা সামাজিক দূৰত্ব মানি দুঘন্টীয়া এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

তেওঁলোকে আয়কৰ দিব নলগা প্ৰতিটো পৰিয়ালক মাহিলি ৭৫০০ টকা প্ৰদান কৰা, বিভিন্ন স্থানত থকা অসমৰ শ্ৰমিকসকলক বিনামূলীয়া পৰিবহণ, খাদ্যসামগ্ৰী প্ৰদান কৰা, অখিল গগৈক মুক্তি দিয়া, বাঘজানত ক্ষতিগ্ৰস্থ সকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰা এমজিএনৰেগা আঁচনিত ২০০ দিনৰ কাম আৰু বৰ্দ্ধিত মজুৰি দিয়া, প্ৰতিজন শ্ৰমিকক ছয় মাহৰ বাবে ১০ কেজি কৈ চাউল প্ৰদান কৰা,  দিহিং পাটকাইত মুক্ত কয়লা খনন বন্ধ কৰা, ডিব্ৰুচৈখোৱাত হাইড্ৰ’ কাৰ্বনৰ জৰীপ চলোৱা বন্ধ কৰা তথা বৃহৎ নদী বান্ধৰ কাম শীঘ্ৰে বন্ধ কৰাৰ দাবী তোলে।

Apply Now

চি পি আই ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য কনক গগৈয়ে দাবীসমূহৰ ব্যাখ্যা আগবঢ়াই কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতি সমূহক সমালোচনা কৰি প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়।

বিক্ষোভকাৰী সকলে জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীলৈ এখন সাতদফীয়া স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

আজিৰ এই কাৰ্সূচীত চি পি আই এমৰ নেতা দেৱেন গোহাঁই, কৃষক নেতা যোগেশ বুঢ়াগোহাঁই, মদন বৰুৱা, শ্ৰমিক নেতা সত্যেন্দ্ৰ গগৈ, চি পি আই এমৰ জিলা নেতা অখিল বৰবৰুৱা, ডি ৱাই এফ আই জিলা সম্পাদক চিত্ৰজিৎ গোহাঁই, এ আই এছ এফৰ জিলা নেতা ডানিয়ুব বৰুৱাই অংশগ্ৰহণ কৰা লগতে ভালেকেইজন কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা: ৬০ দিনৰ ভিতৰত ৬৫ বছৰীয়া বৃদ্ধক মৃত্যুদণ্ড

June 29, 2026 1:18 pm
বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

June 29, 2026 1:16 pm
ভুলতে নাকৰ ড্ৰপ চকুত দিলে চিকিৎসকে; দৃষ্টিশক্তি হেৰুৱাই পেলালে ১৯ মহীয়া কেঁচুৱাই

ভুলতে নাকৰ ড্ৰপ চকুত দিলে চিকিৎসকে; দৃষ্টিশক্তি হেৰুৱাই পেলালে ১৯ মহীয়া কেঁচুৱাই

June 29, 2026 12:14 pm
পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

পশ্চিম বংগৰ এছ আই আৰৰ পিছত ‘ভোটহীন, পাছপ’ৰ্টবিহীন’ দ্য টেলিগ্ৰাফৰ প্ৰাক্তন সম্পাদক

June 29, 2026 11:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যা: ৬০ দিনৰ ভিতৰত ৬৫ বছৰীয়া বৃদ্ধক মৃত্যুদণ্ড

June 29, 2026 1:18 pm
বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

বিশ্বকাপৰ মাজতে হৃদয় বিদাৰক সংবাদ! ভূমিকম্পত মৃত্যু আৰ্জেণ্টিনাৰ তাৰকাৰ পত্নী আৰু সন্তানৰ

June 29, 2026 1:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd