DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছাত্ৰক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি বৰপেটাৰ চেইন্ট টেৰেছা স্কুলত উত্তপ্ত পৰিস্থিতি

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
November 13, 2018 7:07 am
ছাত্রক প্রহাৰ বৰপেটা ফটো

ঘটনাৰ পাছত সন্ধিয়া চেইন্ট টেৰেছা স্কুল। ফটো: নৰ্থইষ্ট নাও

308
VIEWS
Share on FacebookShare on Twitter

এগৰাকী ছাত্ৰক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি বৰপেটাৰ চেইন্ট টেৰেছা স্কুলত সোমবাৰে সন্ধিয়া  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে সোমবাৰে বিয়লিৰ ভাগত বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰাহুল আমিনক প্ৰধান শিক্ষকে প্ৰহাৰ কৰে ৷ ছাত্ৰ গৰাকীৰ মাতৃয়ে জনোৱা অনুসৰি ছাত্ৰাবাসত থকা ছাত্ৰগৰাকীক প্ৰধান শিক্ষক গৰাকীয়ে কোনো কাৰণ নোহোৱাকৈ বেয়াকৈ প্ৰহাৰ কৰে ৷

ইয়াৰ পাছত ছাত্ৰগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি ছাত্ৰ গৰাকীৰ মাতৃয়ে জনায় ৷ বিনা দোষত এগৰাকী ছাত্ৰক বেয়াকৈ প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি সন্ধিয়াৰ ভাগত বিদ্যালয় প্ৰাংগনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিৰ খবৰ পাই বৰপেটা থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীয়ে অইন ছাত্ৰ ছাত্ৰীকো শাসনৰ নামত মাজে সময়ে বেয়াকৈ প্ৰহাৰ কৰে বুলি একাংশ ছাত্ৰ ছাত্ৰীয়ে অভিযোগ কৰে ৷

কেৰেলাৰ পৰা অহা বিপিন পি এচ নামৰ প্ৰধান শিক্ষক গৰাকীক বৰপেটাৰ পৰা স্থানান্তৰ কৰাৰ দাবী জনাইছে একাংশ অভিভাৱকে ৷

Recent News

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা পদত্যাগ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd