• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত জ্যেষ্ঠ নাগৰিকৰ বাবে অৱসৰ বিনোদনৰ কেন্দ্ৰ ‘সাৰথি’ৰ শুভাৰম্ভ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 26, 2018 7:08 am
Sarothi

ফটো : নৰ্থ-ইষ্ট নাও

744
VIEWS
Share on FacebookShare on Twitter

বৰ্তমানৰ যান্ত্ৰিকতাৰ যুগত মানুহৰ মাজৰ সম্বন্ধবোৰ তথা মানৱীয় অলংকাৰ সমূহ শেষ হৈ যোৱাৰ লগতে আপোনজনৰ লগতে অচিনাকী হৈ পৰিছে। ঘৰতেই হওঁক বা বাহিৰতেই হওঁক, জ্যেষ্ঠজনক আমি অবজ্ঞা কৰিবলৈ লৈছো যাৰ বাবে নিসংগ হৈ পৰিছে প্ৰতিজন জ্যেষ্ঠ ব্যক্তি। সেয়ে জ্যেষ্ঠ নাগৰিকৰ নিসংগতা দূৰ কৰাৰ বাবে আগবাঢ়ি আহিছে শিৱসাগৰৰ ৰাজহংস ক্লাৱ।

শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান ৰাজহংস ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষত জেষ্ঠ নাগৰিকৰ কল্যান আৰু অৱসৰ বিনোদনৰ বাবে ‘সাৰথি’ নামেৰে এটি অৱসৰ বিনোদনৰ কেন্দ্ৰৰ শুভাৰম্ভ কৰে। হেমচন্দ্ৰ বৰুৱা পথৰ হাউচিং কলনিত থকা ৰাজহংস ক্লাৱৰ প্ৰাংগণত ২৫ ডিচেম্বৰত শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই শুভ উদ্বোধন কৰে এই জ্যেষ্ঠ নাগৰিকৰ অৱসৰ বিনোদনৰ কেন্দ্ৰটো।

উদ্বোধনী অনুষ্ঠানত জিলা উপায়ুক্তই জ্যেষ্ঠ নাগৰিকৰ বাবে ৰাজহংস ক্লাৱে লোৱা এই পদক্ষেপক ভূয়শী প্ৰসংশা কৰাৰ লগতে জ্যেষ্ঠ নাগৰিকৰ লগত দবা খেল খেলে উপায়ুক্ত গৰাকীয়ে।

ৰাজহংস ক্লাৱৰ সম্পাদক ৰাজীৱ কুমাৰ বৰপূজাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট ভাস্কৰ্য্য শিল্পী অংশু কুমাৰ গগৈক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানটোত সাহিত্যিক অনিল পাংগিং, পৱিত্ৰ প্ৰাণ ভট্টাচাৰ্য্য, বিশিষ্ট শিক্ষাবিদ সোনাৰাম বৰুৱা, জ্যেষ্ঠ নাগৰিক গংগা প্ৰসাদ বৰগোঁহাইৰ লগতে বহুতো গণ্য মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd