DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 7, 2020 6:40 pm
Sivasagar district admin asks veggie, meat, fish vendors to charge as per fixed rates
485
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলা প্ৰশাসনে আজি কেন্দ্ৰীয় বজাৰকে ধৰি বিভিন্ন স্থানত এচাম অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে অতৰ্কিতে অভিযান চলায়।

ব্যৱসায়ী সকলে গ্ৰাহকৰ পৰা শাক-পাচলি, মাছ-মাংস অত্যধিক মূল্যত বিক্ৰী কৰি থকাৰ অভিযোগ লাভ কৰাত আজি শিৱসাগৰ জিলাৰ কাৰ্যবাহী দণ্ডাধীশ পংকজ বৰাই কেন্দ্ৰীয় বজাৰত অভিযান চলায়।

উল্লেখ্য যে শিৱসাগৰ জিলা প্ৰশাসনে যোৱা ৩০ ছেপ্তেম্বৰত প্ৰকাশ কৰা এক অধিসূচনাৰ জড়িয়তে জিলাখনৰ বিভিন্ন দৈনিক বজাৰ সমূহত বিক্ৰী হোৱা শাক-পাচলি আৰু মাছ-মাংসৰ পাইকাৰী আৰু খুচুৰা দৰ নিৰ্ধাৰণ কৰি দিছিল।

কিন্তু একাংশ অসাধু ব্যৱসায়ীয়ে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া দামতকৈ অধিক দামত শাক-পাচলি তথা মাছ-মাংস বিক্ৰী কৰি থকাৰ অভিযোগৰ ভিত্তিত আজি শিৱসাগৰ জিলা দণ্ডাধীশ গৰাকীয়ে কেন্দ্ৰীয় বজাৰত অভিযান চলায় আৰু ব্যৱসায়ী সকলক সতৰ্ক কৰি দিয়ে যাতে পৰৱৰ্তী সময়ত কোনো ব্যৱসায়ীয়ে জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া দৰতকৈ অধিক দামত সামগ্ৰী বিক্ৰী নকৰে।

লগতে সামগ্ৰীৰ মূল্য ফলক প্ৰতিজন ব্যৱসায়ীয়ে গ্ৰাহকে সহজে প্ৰত্যক্ষ কৰিব পৰাকৈ আঁৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে।

অন্যথা এনে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সতৰ্ক কৰি দিয়ে।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd