• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্বসাধাৰণ ৰাইজৰ সমস্যা সমাধানৰ লক্ষ্যৰে ‘গ্ৰাহক অধিকাৰ সন্থা’ৰ শিৱসাগৰ জিলা সমিতি গঠন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 21, 2018 7:40 am
IMG-20180820-WA0024
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বসাধাৰণ গ্ৰাহক ৰাইজৰ বিভিন্ন সমস্যা আৰু অভাৱ অভিযোগ নীতিগত তথা আইনী পদ্ধতিৰে সমাধান কৰাৰ লগতে জনসাধাৰণৰ মাজত সচেতন বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে সোমবাৰে শিৱসাগৰত সচেতন নাগৰিকৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হয়।

শিৱসাগৰ চহৰৰ ষ্টেশ্যন চাৰিআলিৰ ৰংপুৰ জ্যোতি ক্লাবত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে জেষ্ঠ সাংবাদিক মণিৰুল ইছলাম বড়াই।এই সভাত বিশিষ্ট শিক্ষাবিদ কাৰ্তিক চন্দ্ৰ দত্ত, সাহিত্যিক প্ৰেম গগৈৰ লগতে গ্ৰাহক অধিকাৰ সন্থাৰ ৰাজ্যিক সমিতিৰ সম্পাদক নৱজ্যোতি চাংমায়ো উপস্থিত থাকি সাধাৰণ নাগৰিক তথা গ্ৰাহকৰ সমস্যাৰ সমাধান, সুৰক্ষা আৰু সচেতনতাৰ বিষয়ে বক্তব্য প্ৰদান কৰে।

Apply Now

সভাত জেষ্ঠ সাংবাদিক অতনু বৰা, ভৈৰৱ মুণ্ডা, মোজাহিদ আলিৰ লগতে অৰূপ বৰুৱাই শিৱসাগৰৰ লগতে অসমৰ বিভিন্ন জিলাত পুঁজিপতি বনিয়া গোষ্ঠীৰ দ্বাৰা সাধাৰণ গ্ৰাহকসকল প্ৰৱঞ্চিত হৈ অহা বুলি নিজৰ ভাষণ প্ৰসংগত এইদৰে অভিযোগ উত্থাপন কৰা দেখা যায়।

উল্লেখযোগ্য যে এই সভাতে গ্ৰাহক অধিকাৰ সন্থাৰ শিৱসাগৰ সমিতিখন গঠন কৰা হয়। সাহিত্যিক প্ৰেম গগৈক সভাপতি, মণিৰুল ইছলাম বড়া আৰু অতনু বৰাক উপ-সভাপতি, প্ৰাঞ্জল  ৰাজগুৰুক সাধাৰণ সম্পাদক,  ভৈৰৱ মুণ্ড, মোজাহিদ আলিক যুটীয়া সম্পাদক, ৰাতু কুমাৰ দাস, মুস্তাকুৰ ৰহমান আৰু বিজুমণি চাংমাইক সাংগঠনিক সম্পাদক, সমীৰণ বৰদলৈক কোষাধ্যক্ষ হিচাপে লৈ ৩১ জনীয়া সদস্যৰ গ্ৰাহক অধিকাৰ সন্থাৰ শিৱসাগৰ জিলা সমিতি খন গঠন কৰা হয়।

সভাত হোৱা আলোচনা অনুসৰি নৱ নিৰ্বাচিত সমিতি খনে শিৱসাগৰ জিলাৰ গ্ৰাহক ৰাইজে সন্মুখীন হোৱা বিভিন্ন অসুবিধা আৰু প্ৰৱঞ্চনাৰ সম্পৰ্কত ভৈৰৱ মুণ্ডা ৯৯৫৪৯৭৪৩৩৬ আৰু মোজাহিদ আলি ৯৪৩৫৫১৬৫৫৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd