• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰস্তুতি সম্পূৰ্ণ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
January 20, 2019 5:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২১ জানুৱাৰিত শিৱসাগৰ জিলাত অনুষ্ঠিত হ’বলগীয়া সোণোৱাল কছাৰী আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে শিৱসাগৰ জিলা প্ৰশাসনে।

কাইলৈ অৰ্থাৎ ২১ জানুৱাৰিত ১৭ নং ৰজাবাৰী সমষ্টিত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন মুঠ ১০ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব। এই ভোট গ্ৰহণ প্ৰক্ৰিয়াত মুঠ ৪৩৬৮ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিব। ইয়াৰে ২২১৪ গৰাকী পুৰুষ আৰু ২০৫৪ গৰাকী মহিলা ভোটাৰ। আনহাতে ৩৪ নম দিচাং-দিখৌ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ২২ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’ব আৰু এই ভোটদান প্ৰক্ৰিয়াত মুঠ ১৬২৩৮ গৰাকী ভোটাৰে ভোটদান কৰিব। ইয়াৰে ৮১৯০ গৰাকী পুৰুষ আৰু ৮০৪৮ গৰাকী মহিলা ভোটাৰ।

Apply Now

এই দুই স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত নিয়োজিত অৰক্ষী আৰু অসামৰিক চেক্টৰ-মাণ্ডলিক বিষয়াৰ মাজত পাৰস্পৰিক পৰিচয় আৰু সুসমন্বয় ৰক্ষাৰ বাবে জিলা উন্নয়ন আয়ুক্তৰ দায়িত্বপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত নৱাব আল্ আজহাৰ আলিৰ সভাপতিত্বত শনিবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চুকাফা সভাকক্ষত এখনি সভা অনুষ্ঠিত হয়।

সভাত নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে সকলো সকলো বিষয়ৰ ওপৰত আলোচনা কৰা হয়।  চেক্টৰ আৰু মাণ্ডলিক বিষয়া সকলক তেওঁলোকৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ আগতিয়াকৈ পৰিদৰ্শন কৰিবলৈ পৰামৰ্শ দিয়ে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে।

সভাত অতিৰিক্ত আৰক্ষী অধীক্ষক নবীন সিঙে নিৰাপত্তাৰ ক্ষেত্ৰত লব লগীয়া ব্যৱস্থা সম্পৰ্কে কয় যে, প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত এজন কনিষ্টবল, এজন গৃহৰক্ষী জোৱান আৰু তিনিজন গাওঁৰক্ষী বাহিনীৰ জোৱানৰ লগতে অৰ্ধ সামৰিক বাহিনীও মোতায়েন কৰা হব বুলি প্ৰকাশ কৰে।

সোণোৱাল কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত ৩ গৰাকী মাণ্ডলিক বিষয়া, ১০ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ৩৩ গৰাকী প’লিং বিষয়া নিয়োজিত কৰাৰ লগতে মিচিং স্বায়িত্ব শাসিত পৰিষদৰ নিৰ্বাচনত ৩ গৰাকী মাণ্ডলিক বিষয়া, ২২ গৰাকী প্ৰিজাইডিং বিষয়া আৰু ৭০ গৰাকী প’লিং বিষয়া নিয়োজিত কৰা হৈছে।

আনহাতে নিৰ্বাচনী সম্পৰ্কীয় যিকোনো বিষয় বা অভিযোগ থাকিলে আৰক্ষী বিভাগৰ নিয়ন্ত্ৰণ কক্ষৰ ০৩৭৭২ ২২২৮০১ আৰু ৯৪৩৫৫০০৫৯৭ নম্বৰত আৰু জিলা প্ৰশাসনৰ নিয়ন্ত্ৰণ কক্ষৰ ০৩৭৭২ ২২২১৭৭ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনায়।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd