• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফাদিল হৈছে বিশ্বজিৎ হাজৰিকা হত্যাকাণ্ডৰ ৰহস্য: আৰক্ষীৰ জালত ছয় অভিযুক্ত

অভিযুক্ত দেৱজিৎ ডেকাক নৰ্থইষ্ট নাওৰ পৰা তাৎক্ষণিকভাৱে বৰ্খাস্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2023 8:46 pm
Biswajit Hazarika murder case
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰ্থইষ্ট নাওৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বৰ্খাস্ত কৰা হৈছে দেৱজিৎ ডেকাক। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে নৰ্থইষ্ট নাওৰ পৰা তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰা হৈছে দেৱজিৎ ডেকাক।

মহানগৰীৰ যুৱক বিশ্বজিৎ হাজৰিকাৰ অপৰহণ আৰু হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পাছতে নৰ্থইষ্ট নাও কৰ্তপক্ষই ভিডিঅ’ এডিটৰৰূপে কৰ্মৰত দেৱজিৎ ডেকাক বৰ্খাস্ত কৰিছে। উল্লেখ্য যে যোৱা ২১ নৱেম্বৰত দেৱজিৎ ডেকাই নৰ্থইষ্ট নাওত ভিডিঅ’ এডিটৰৰূপে যোগদান কৰিছিল।

Apply Now

ইফালে, যোৱা অক্টোবৰৰ পৰা অপহৃত হৈ থকা বিশ্বজিৎ হাজৰিকাৰ অপহৰণ আৰু হত্যাৰ গোচৰত বিশেষ অগ্ৰগতি লাভ কৰা বুলি গুৱাহাটী মহানগৰৰ আৰক্ষীয়ে সদৰী কৰিছে।

মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদ মেল সম্বোধন কৰি কয় যে যোৱা ৯ অক্টোবৰত বিশ্বজিৎ হাজৰিকাৰ পিতৃ এধন হাজৰিকাই তেওঁৰ পুত্ৰক কোনো লোকে অপহৰণ কৰি ধনদাবী কৰা বুলি দিছপুৰ আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছিল। প্ৰথমাৱস্থাত আৰক্ষীয়ে বিশ্বজিৎ হাজৰিকাৰ অপহৰণ কাণ্ডৰ কোনো ক্লু লাভ কৰা নাছিল।

কিন্তু, যোৱা ৯ ফেব্ৰুৱাৰীত বিশ্বজিৎ হাজৰিকাৰ পিতৃ এধন হাজৰিকাই পুত্ৰৰ নিৰুদ্দেশ গোচৰৰ তদন্ত সম্পৰ্কত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক সাক্ষাৎ কৰে। ইয়াৰ পাছতে মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে অপৰাধ শাখাৰ এটা বিশেষ তদন্তকাৰী দল গঠন কৰি গোচৰটো পুনৰীক্ষণৰ দায়িত্ব দিয়ে।

তদন্তকাৰী দলটোৱে ক্লু বিচাৰি পনুৰ তদন্ত আৰম্ভ কৰে। যোৱা ১ নৱেম্বৰত নেলী আৰক্ষীয়ে আমগুৰিৰ কিলিং নদীত উদ্ধাৰ কৰা এটা অচিনাক্ত মৃদেহটো উদ্ধাৰ কৰিছিল। তদন্তকাৰী আৰক্ষী দলটোৱে উক্ত অচিনাক্ত মৃতদেহটোৰ ওপৰত তদন্ত আৰম্ভ কৰি নিশ্চিত হয় যে উক্ত অচিনাক্ত মৃতদেহটো বিশ্বজিৎ হাজৰিকাৰেই আছিল।

ইয়াৰ পাছতে অপৰাধ শাখাৰ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আগুৱাই নিয়ে আৰু প্ৰণৱ ৰংহাঙক (২৫) সোধপোচ কৰাৰ পাছতে সমগ্ৰ অপৰহণ আৰু হত্যাকাণ্ড পোহৰলৈ আহে।

প্ৰণৱ ৰংহাঙৰ স্বীকাৰোক্তিৰ ভিত্তিতে দিছপুৰ আৰক্ষীয়ে বিশ্বজিৎ হাজৰিকাৰ অপহৰণ আৰু হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ঘটনাৰ মাষ্টাৰ মাইণ্ড তথা মৃত বিশ্বজিৎ হাজৰিকাৰ আশৈশৱ বন্ধু অজয় কলিতা (৩০), দেৱজিৎ ডেকা (২৬), সঞ্জয় কুমাৰ ভগত (২৬), পৰশ ছেত্ৰী (২৪) আৰু ময়ুৰ নাথক (২৪) ভাৰতীয় দণ্ডবিধি আইনৰ গোচৰ নং ২২৮৪/২০২২/ U/S ৩৬৫/৩৮৭ অধীনত গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অন্য কেইগৰাকীমান অভিযুক্তকো চিনাক্ত কৰিছে আৰু পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হ’ব বুলিও উল্লেখ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd