• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাম নুঠিল বিৰাটৰ! ভাৰতৰ ৬ গৰাকী খেলুৱৈৰে বিশ্বকাপৰ শ্ৰেষ্ঠ একাদশ ঘোষণা আই চি চিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 1, 2024 11:30 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৩ বছৰৰ পাছত বিশ্বকাপ জয়। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৰুদ্ধশ্বাস ফাইনেলত ভাৰতীয় ক্ৰিকেট দলে আজুৰি আনিলে টী-২০ বিশ্বকাপ। গোটেই প্ৰতিযোগিতাখনত ৰোহিত বাহিনীয়ে আধিপত্য বিস্তাৰ কৰিছিল। আইচিচিয়ে নিৰ্বাচিত কৰা প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ একাদশেই তাৰ প্ৰমাণ আছিল। সেই তালিকাত ৬ জন ভাৰতীয় ক্ৰিকেটাৰ আছে। কিন্তু নাম নুঠিল বিৰাট কোহলীৰ।

সদ্য সমাপ্ত টী-২০ বিশ্বকাপ ২০২৪ৰ যি শ্ৰেষ্ঠ একাদশ আইচিচিয়ে বাছনি কৰিছে তাত স্থান পাইছে ভাৰতৰ ৰোহিত শৰ্মা, সূৰ্য্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, যশপ্ৰীত বুমৰাহ আৰু অৰ্শদীপ সিঙে। ভাৰতীয় অধিনায়কগৰাকী আৰম্ভণিৰে পৰাই ভয়ংকৰ ফৰ্মত আছিল। ৩৬.৭১ গড়ে ২৫৭ ৰান কৰি তিনিটা অৰ্দ্ধশতক সংগ্ৰহ কৰিছে। ষ্ট্ৰাইক ৰেট ১৫৬.৭।

লগতে পঢ়কঃ আজিৰে পৰা কাৰ্যকৰী হ’ল নতুন আইন; সাধাৰণ মানুহে যি ১০টা পৰিৱৰ্তনৰ বিষয়ে জনা উচিত

Apply Now

সূৰ্যকুমাৰ যাদৱেও গুৰুত্বপূৰ্ণ সময়ত ফলপ্ৰসূ ইনিংছ খেলিছিল। প্ৰতিযোগিতাখনত তেওঁৰ ৰান সংখ্যা ১৯৯। ফাইনেলত মেচ টাৰ্নিং কেচটোও লৈছিল। অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াও দলটোত আছে। ১৪৪ ৰানৰ লগতে তেওঁৰ নামত আছে ১১টা উইকেট। আন এজন ভাৰতীয় অলৰাউণ্ডাৰ অক্ষৰ পেটেলে লাভ কৰে ৯টা উইকেট। তেওঁৰ ৰান সংখ্যা ৯২।

এই তালিকাত দুগৰাকী ভাৰতীয় পেচ বলাৰৰ নামো আছে। যশপ্ৰীত বুমৰাহৰ চিকাৰ ১৫ জন বেটছমেন। ইকোনমি মাত্ৰ ৪.১৭। শ্ৰেষ্ঠ বলিং ৭ ৰানত তিনিটা উইকেট। আন এজন তাৰকা পেচাৰ অৰ্শদীপ সিঙে ১৭টা উইকেট দখল কৰি প্ৰতিযোগিতাখনত যৌথভাৱে শীৰ্ষ উইকেট দখল কৰিছে। অৱশ্যে ফাইনেল খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ বিৰাট কোহলী এই দলত অন্তৰ্ভুক্ত নহ’ল। যদিও শেষৰখন মেচত তেওঁ ৭৬ ৰান সংগ্ৰহ কৰিছিল, তথাপিও গোটেই টুৰ্ণামেণ্টখনত তেওঁ ইমান ভাল প্ৰদৰ্শন কৰিব পৰা নাছিল।

A team of superstars 🌟
Unveiling the ICC Men’s #T20WorldCup 2024 Team of the Tournament 👇https://t.co/A0H0dqsPu7 pic.twitter.com/MasajCygXq

— ICC (@ICC) June 30, 2024

শ্ৰেষ্ঠ একাদশত থকা বাকী খেলুৱৈসকল হ’ল ৰহমানুল্লাহ গুৰবাজ, নিকোলাছ পুৰাণ, মাৰ্কাছ ষ্ট’ইনিছ, ৰছিদ খান, ফাজলহাক ফাৰুকী। অনৰিখ নাখিয়া দ্বাদশ ব্যক্তি।

শ্ৰেষ্ঠ বিশ্বকাপ একাদশ : ৰোহিত শৰ্মা, ৰহমানুল্লাহ গুৰবাজ, নিকোলাছ পুৰাণ, মাৰ্কাছ ষ্টয়নিছ, সূৰ্য্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰছিদ খান, যশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং, ফজল হক ফাৰুকী।

দ্বাদশ ব্যক্তি: অনৰিখ নাখিয়া।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd