• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুনৰ ভয়ংকৰ বিস্ফোৰণ কৰ্ণাটকত; কমেও ৬জন লোক নিহত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 23, 2021 11:51 am

1 min read

blast-cikkabalapra-1200x

বিস্ফোৰণ স্থলী পৰিদৰ্শন কৰে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী ড০ কে সুধাকৰে। ফটো সৌজন্য: দ্য নিউজ মিনিট।

143
VIEWS
Share on FacebookShare on Twitter

পুনৰ এক ভয়ংকৰ বিস্ফোৰণে কঁপালে কৰ্ণাটক। এটি কোৱেৰি অঞ্চলত সংঘটিত এই বিস্ফোৰণৰ ঘটনাত কমেও ৬জন লোক নিহত হৈছে।

জানিব পৰা মতে, মঙলবাৰে পুৱতি নিশা কৰ্ণাটকৰ চিক্কাবল্লাপুৰ জিলাৰ এটা কোৱেৰিত ব্যৱহাৰ হোৱা জিলেটিন ষ্টিকৰ বিস্ফোৰণ ঘটে।

জিলেটিনসমূহ অবৈধভাৱে মজুত কৰা হৈছিল বুলি অভিযোগ উত্থাপিত হৈছে। আৰক্ষীৰ অভিযানৰ পৰা বাচিবলৈ জিলেটিন বাৰসমূহ নষ্ট কৰিবলৈ যাওতে হঠাতে বিস্ফোৰণ ঘটে।

বিস্ফোৰণৰ ফলত কমেও ৬জন লোকে প্ৰাণ হেৰুৱাইছে। এই ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বি এছ য়াডুৰাপ্পাই ঘটনাৰ শীঘ্ৰে তদন্তৰ আশ্বাস দিছে আৰু অভিযুক্তসকলৰ বিৰুদ্ধ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ঘটনাত শোক প্ৰকাশ কৰি টুইটাৰত লিখিছে,’’ কৰ্ণাটকৰ বিস্ফোৰণত প্ৰাণ হেৰুওৱাত মই মৰ্মাহত হৈছো। মৃতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। আহতসকল শীঘ্ৰে সুস্থ হৈ উঠক তাৰেই প্ৰাৰ্থনা কৰিছো।‘’

ইতিমধ্যে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী তথা জিলাখনৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী ড০ কে সুধাকৰে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও যোৱা জানুৱাৰি মাহত কৰ্ণাটকৰ এটা কোৱেৰিত বিস্ফোৰণ সংঘটিত হৈছিল। সেইবাৰ ভয়ংকৰ ডিনামাইট বিস্ফোৰণত শিবমোগাত কমেও ৮জন লোক নিহত হৈছিল।

Recent News

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

পাকিস্তান : আস্থাভোটত বিজয়ী হৈ সংসদত সুদৃঢ় খোপনি ইমৰাণ খান চৰকাৰৰ

a chutiya

বিজেপিক বিশ্বাসঘাতক আখ্যা চুতীয়া ছাত্ৰ সন্থা-চুতীয়া যুৱ সন্মিলনৰ

a bride

শোকাৱহ: বিয়াৰ মণ্ডপতে কান্দি কান্দি মৃত্যুক সাৱটিলে কইনাই

EvPfmf1UYAQC2A_

কিয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰি দিল্লীলৈ গ’ল নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুষ্মিতা দেব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd