• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জয়পুৰৰ SMS হাস্পতালৰ ICUত অগ্নিকাণ্ড; ধোঁৱাত শ্বাসৰুদ্ধ হৈ ৬ ৰোগীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৫ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2025 9:18 am
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ জয়পুৰৰ স্বোৱাই মান সিং হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ধোঁৱাত শ্বাসৰুদ্ধ হৈ আই চি ইউত থকা ৬ জন ৰোগীৰ মৃত্যু ঘটিছে। আন ৫ জন গুৰুতৰভাৱে আহত হৈছে।

সোমবাৰে পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা। শ্বৰ্ট চাৰ্কিটৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনী। জুই নিৰ্বাপনৰ চেষ্টা কৰা হৈছে।

Apply Now

চিকিৎসালয়খনৰ ট্ৰমা চেণ্টাৰৰ মুৰব্বী চিকিৎসক অনুৰাগ ঢাকৰে জানিবলৈ দিয়া মতে, আই চি ইউৰ ভিতৰত শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগে। কিছু মুহূৰ্তৰ ভিতৰতে জুই দ্বিতীয় মহলালৈ বিয়পি পৰে। সমগ্ৰ ৱাৰ্ডটো বিষাক্ত ধোঁৱাই আৱৰি ধৰে। তেওঁ কয়, “ট্ৰমা চেণ্টাৰৰ দ্বিতীয় মহলাত দুটা আই চি ইউ আছে। ট্ৰমা আই চি ইউত ১১ জন আৰু ছেমি আই চি ইউত ১৩ জন ৰোগী ভৰ্তি হৈ আছিল।”

জুই বিয়পি পৰাৰ লগে লগে হুলস্থুলৰ সৃষ্টি হয়। ৰোগীসকলৰ আত্মীয়ই আতংকিত হৈ চিঞৰিবলৈ ধৰে। নাৰ্ছ, ৱাৰ্ড বয় আৰু ট্ৰমা চেণ্টাৰৰ কৰ্মচাৰীয়ে একেলগে মিলি ৰোগীসকলক ট্ৰলী আৰু ষ্ট্ৰেচাৰত উলিয়াই আনিছিল। ট্ৰমা আই চি ইউত থকা বেছিভাগ ৰোগীয়েই গভীৰ অচেতন অৱস্থাত আছিল।

ডাক্তৰ অনুৰাগ ঢাকৰৰ ভাষাত, “সেই মুহূৰ্তত আমি যিমান পাৰো সিমান মানুহক উলিয়াই আনিলোঁ। কিন্তু ৬ জনৰ অৱস্থা অতি সংকটজনক আছিল। চিকিৎসক আৰু নাৰ্চে চিপিআৰেৰে তেওঁলোকৰ জীৱন বচাবলৈ চেষ্টা কৰিছিল। কিন্তু শেষত সেয়া সম্ভৱ নহ’ল।” চিকিৎসালয়ৰ সূত্ৰ অনুসৰি মৃতসকলৰ ভিতৰত ৪ জন পুৰুষ আৰু ২ গৰাকী মহিলাও আছে।

🚨 जयपुर ब्रेकिंग न्यूज़ 🚨

सवाई मानसिंह मेडिकल कॉलेज के ट्रॉमा सेंटर में भीषण आग लगने से हड़कंप! 🔥
आग इतनी भयंकर कि क्रिटिकल मरीजों को ऑक्सीजन सिलेंडर के साथ सड़क किनारे तड़पते देखा गया #SMSHospital #JaipurFire #Rajasthan@RajGovOfficial @JaipurPolice @NDRFHQ @myjaipurcity pic.twitter.com/6RmDlegKgO

— QP News l Official (@QPNewsBreaking) October 5, 2025

সম্প্ৰতি নিয়ন্ত্ৰিত হৈছে অগ্নিকাণ্ড। চিকিৎসক আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে কয় যে সময়মতে জুই নিৰ্বাপিত নহ’লে পৰিস্থিতি আৰু ভয়ংকৰ হ’লহেঁতেন। ঘটনাৰ পিছতে চিকিৎসালয়খনৰ বিদ্যুৎ যোগান সাময়িকভাৱে বিচ্ছিন্ন হৈ পৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd