• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটা জিলাত ৬ কোৱাৰেন্টাইন চেন্টাৰ স্থাপন : সাজু কৰা হৈছে ১৮ হোটেলৰ ৪০০ কোঠা

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
May 13, 2020 7:20 pm
Quarantine-facility-in-Sarusajai-Stadium.-Image-credit-Twitter

প্রতিনিধিত্বমূলক ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বাহিৰত থকা বৃহৎ সংখ্যক লোকৰ অসমলৈ প্ৰত্যাৱৰ্তন আৰম্ভ হোৱাৰ লগে লগে তেনে লোক সকলক কোভিড১৯ ৰ বিধি অনুযায়ী  কোৱাৰেন্টাইন শিবিৰত ৰখাৰ বাবে বৰপেটা জিলা প্ৰশাসনেও প্ৰস্তুতি আৰম্ভ কৰিছে।

বৰপেটা জিলাৰ হাউলীৰ বি এইছ কলেজ, সৰভোগৰ বৰনগৰ কলেজ আৰু বৰনগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ, বৰপেটা আইটিআই আৰু তিতকাৰ মিনি আইটিআই আদি ৬ টা কেন্দ্ৰত এই পৰ্যন্ত মুঠ ৪৬০ লোকৰ থকাৰ  ব্যৱস্থা কৰা হৈছে।

Apply Now

প্ৰয়োজনত আসনৰ সংখ্যা অতিৰিক্ত এহেজাৰখনলৈ বৃদ্ধি কৰিব পৰা যাব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে।

ইতিমধ্যে আটাইকেইটা কেন্দ্ৰতে বিচনা-পত্ৰৰ পৰা আৰম্ভ কৰি শৌচাগাৰ, পস্ৰাৱগাৰ আদিৰ ব্যৱস্থা যুদ্ধোত্তৰ গতিত কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

এই সম্পৰ্কত কালি সন্ধিয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই কোৱাৰেন্টাইন কেন্দ্ৰ আৰু মাণ্ডলিক পৰীক্ষা কেন্দ্ৰ স্থাপনৰ কামৰ অগ‌্ৰগতিৰ সমীক্ষা চলায়।

যি সকল লোকে কোৱাৰেন্টাইন শিবিৰৰ সলনি হোটেলত থাকিব বিচাৰে তেওঁলোকৰ বাবে জিলাখনৰ ১৮ খন হোটেলত  ৪০০ খন আসনো সাজু কৰা হৈছে।

সম্ভাব্য যিকোনো পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে জিলাখনৰ প্ৰতিটো সমষ্টিতে অন্তত: দুশজন লোকৰ থকা-খোৱাৰ সুবিধা সহ কোৱাৰেন্টাইন কৰি ৰখাৰ বাবে উপযুক্ত স্থান নিৰ্বাচনৰ বাবেও প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

এই উদ্দ্যেশ্যে বিধায়ক আৰু  খণ্ড উন্নয়ন বিষয়া সকলক লৈ সমিতিও গঠন কৰা হৈছে।

ইফালে মাণ্ডলিক স্কিনিং তথা কোৱাৰেন্টাইন চেন্টাৰৰ বাবে সৰভোগ ক্ৰীড়া প্ৰকল্পক নিৰ্বাচন কৰা হৈছে।

উল্লেখযোগ্য যে বৰপেটা জিলাৰ সীমান্তৰ মাজদিয়া, পাটাছাৰকুছী, সৰভোগ আৰু বৰটাৰীত আৰক্ষী আৰু চিকিৎসকৰ দলে ২৪ ঘন্টাই বাহৰ পাতি জিলাখনলৈ অহা প্ৰতিজন লোকৰে তথ্য আহৰণ কৰাৰ লগতে প্ৰাথমিক স্বাস্থ্য পৰীক্ষাও কৰি আছে।

ইয়াৰ উপৰি একে সময়তে বৃহৎ সংখ্যক লোকৰ  আগমণ হলে পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে এই মাণ্ডলিক পৰ্যায়ৰ কেন্দ্ৰটি স্থাপন কৰিবলৈ লোৱা হৈছে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am
সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

সত্য নিকেতন ভৱন ধ্বংসৰ গোচৰ : ১০ ছেপ্টেম্বৰত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

September 9, 2026 9:00 am
১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

১৬ বছৰীয়া ছাত্ৰৰ চকুত শিক্ষকৰ প্ৰচণ্ড ঘোচা : বিদ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ ভাবুকি

September 9, 2026 8:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd