• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্বোৱাইন ফ্লুত আক্রান্ত উচ্চতম ন্যায়ালয়ৰ ছয়গৰাকী ন্যায়াধীশ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2020 8:32 pm
Story-4-1140x570

উচ্চতম ন্যায়ালয়ৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বোৱাইন ফ্লুত আক্ৰান্ত হোৱাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ছয়গৰাকীকৈ ন্যায়াধীশে আদালতৰ পৰা ছুটীত যাবলৈ বাধ্য হৈছে।

মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়ে শীৰ্ষ আদালতখনত এই কথা সদৰী কৰে।

Apply Now

ন্যায়াধীশ ডি ওৱাই চন্দ্ৰচূড়ে আদালতৰ প্ৰক্ৰিয়া পৰিচালনা কৰি থকাৰ সময়তে ঘোষণা কৰে যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে ছয়গৰাকীকৈ সতীৰ্থ ন্যায়াধীশ এইচ আই এন আই ভাইৰাছত আক্ৰান্ত হোৱাৰ ঘটনা সম্পৰ্কে মুখ্য ন্যায়াধীশ এছ এ ব’বডেৰ সৈতে এখন বৈঠকত মিলিত হৈছে।

শীৰ্ষ আদালতখনৰ এগৰাকী ন্যায়াধীশ সঞ্জীৱ খান্নাই মঙলবাৰে মাস্ক পৰিধান কৰি আদালতলৈ আহে।

ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে আইনজীৱীসকলৰ বাবে শীৰ্ষ আদালতখনে টীকা সুলভ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ন্যায়াধীশ চন্দ্ৰচূড়ে জানিবলৈ দিয়ে যে  বৈঠকত মুখ্য ন্যায়াধীশে পৰামৰ্শ আগবঢ়ায় যে বাৰ এছোচিয়েশ্যনৰ মুৰব্বীয়েও এই বেমাৰৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ বাবে আগভাগ লোৱা উচিত।

ইয়াৰ মাজতে এই জৰুৰীকালীন স্বাস্থ্য সমস্যাৰ মোকাবিলাৰ বাবে উচ্চতম ন্যায়ালয়ৰ বাৰ এছোচিয়েশ্যনৰ সভাপতি দুষ্যন্ত ডাভে এখন বৈঠক অনুষ্ঠিত কৰে।

ডাভে কয় যে  উচ্চতম ন্যায়ালয়ৰ চৌহদত এখন ন্যায়িক সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ অহা একাংশ বৈদেশিক প্ৰতিনিধি দলৰ সদস্যও এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল।

শ্বোৱাইন ফ্লুৰ দ্বাৰা আক্ৰান্ত দুগৰাকী ন্যায়াধীশ শবৰীমালা গোচৰৰ ৰায়দানৰ শুনানিৰ বাবে গঠিত নজনীয়া সাংবিধানিক বিচাৰপীঠৰ সদস্য আছিল যাৰ বাবে ইয়াৰ শুনানিত বিলম্ব ঘটিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

September 27, 2026 3:12 pm
অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

September 27, 2026 2:56 pm
পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

পেট্ৰল নোহোৱাকৈ চলিব গাড়ী! অক্টোবৰত মুকলি হ’ব ১০০% ইথানল ইনোভা; জনালে নীতিন গাডকাৰীয়ে

September 27, 2026 1:07 pm
স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

September 27, 2026 3:12 pm
অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

September 27, 2026 2:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd