• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2026 2:30 pm
200
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনেৰ ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ছিয়া গোৱেল আৰু চেতন চৌধুৰীৰ ক্ৰিকেটৰ সৈতে গভীৰ সম্পৰ্ক আছে। তদন্তকাৰীয়ে দাবী কৰিছে যে অভিযুক্ত ছিয়া আৰু চেতনৰ চিনাকি ক্ৰিকেট খেলপথাৰৰ পৰাই আৰম্ভ হৈছিল। ছিয়াৰ ককায়েক সাহিল গোৱেলৰ জৰিয়তে চেতনক লগ পোৱা বুলি আৰক্ষীয়ে অনুমান কৰিছে।

তদন্তকাৰী সূত্ৰই দাবী কৰিছে যে চেতন এজন ক্ৰিকেট খেলুৱৈ আৰু পূৰ্বে সাহিল গোৱেলৰ সৈতে কেইবাখনো মেচ খেলিছে। সেই সময়ত ছিয়াও ককায়েকৰ লগত খেল চাবলৈ খেলপথাৰলৈ গৈছিল। ধাৰণা কৰা হয় যে তেওঁলোকৰ প্ৰথম চিনাকি তাতেই হৈছিল। পিছলৈ ২০২৫ চনত দীপাৱলীৰ সময়ত চিনাকিৰ মানুহৰ পাৰ্টিত পুনৰ লগ হৈছিল আৰু তাৰ পিছত ক্ৰমান্বয়ে দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়িছিল।

Apply Now

তদন্তকাৰীয়ে দাবী কৰিছে যে ছিয়াৰ পৰিয়ালে এই বিষয়ে জানিব পাৰি তেওঁলোকৰ সম্পৰ্ক নাকচ কৰিছিল। তেওঁলোকৰ দৃষ্টিত চেতন ছিয়াৰ বাবে একেবাৰে উপযুক্ত নাছিল। অভিযোগ অনুসৰি, আৰ্থিক অৱস্থাৰ পাৰ্থক্য বিবেচনা কৰি ব্যৱসায়ী পৰিয়ালৰ পুত্ৰ কেতন আগৰৱালাৰ সৈতে পৰিয়ালটোৱে ছিয়াৰ বিবাহৰ ব্যৱস্থা কৰিছিল। ড্ৰাই ফ্ৰুটছ ব্যৱসায়তো গোৱেল পৰিয়ালৰ যথেষ্ট প্ৰতিপত্তি আছে।

আৰক্ষীয়ে লাভ কৰা কল ডিটেইল ৰেকৰ্ড (চিডিআৰ) অনুসৰি চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ছিয়া আৰু চেতনে ২০০৪ বাৰ ফোনত কথা পাতিছিল। তদন্তকাৰীয়ে দাবী কৰিছে যে এই কথা-বতৰাৰ মুঠ সময় আছিল প্ৰায় ২৩৮ ঘণ্টা। এই তথ্যসমূহ গুৰুত্বসহকাৰে পৰীক্ষা কৰা হৈছে। তেওঁলোকৰ চ্যাটবোৰো আৰক্ষীৰ দৃষ্টিত আছে।

ইফালে শুকুৰবাৰে ছিয়াৰ ভাতৃ সাহিল গোৱেলক প্ৰায় ১০ ঘণ্টা ধৰি সোধা-পোছা কৰা হয়। ছিয়া আৰু চেতনৰ সম্পৰ্কৰ বিষয়ে পৰিয়ালটোৱে কিমান জানিছিল বুলি প্ৰশ্ন কৰিছে আৰক্ষীয়ে। সাহিলে কয় যে যদি ছিয়াই বিয়া হ’ব নিবিচাৰে বুলি আগতেই জনাই দিলেহেঁতেন তেন্তে পৰিয়ালে বিয়া বন্ধ কৰি দিলেহেঁতেন।

তদন্তত অধিক ডিজিটেল প্ৰমাণ অতি গুৰুত্বপূৰ্ণ। আৰক্ষীয়ে দাবী কৰিছে যে অভিযুক্তই মোবাইলৰ পৰা হোৱাটছএপ চ্যাট, ইনষ্টাগ্ৰামৰ কথোপকথন আৰু অন্যান্য তথ্য ডিলিট কৰিছিল। অভিযোগ অনুসৰি ডিলিট কৰা ফোল্ডাৰটোও মচি পেলোৱা হৈছিল। এতিয়া ফৰেনছিক টিমে সেই তথ্য উদ্ধাৰৰ চেষ্টা চলাইছে।

১৭ জুনত পুনেৰ লুল্লানগৰ অঞ্চলৰ এখন কেফেত ছিয়া আৰু চেতনৰ সাক্ষাৎ হোৱাৰ কথাও তদন্তকাৰীৰ দৃষ্টিগোচৰ হৈছে। লোহাগড় দুৰ্গ হত্যাকাণ্ডৰ পৰিকল্পনা তাতেই আছিল নে নাই তাক লৈও তদন্ত চলি আছে। ১৮ জুনত লোহাগড় দুৰ্গৰ খাৱৈত পৰি মৃত্যু হৈছল কেতন আগৰৱালৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd