• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চন্দনকাঠৰ কুখ্যাত চোৰাং বেপাৰী বীৰাপ্পানৰ জীয়ৰীৰ বিজেপিত যোগদান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 24, 2020 9:36 am

1 min read

52353-jefadrppfs-1488114209

চন্দন কাঠৰ চোৰাং বেপাৰী প্ৰয়াত বীৰাপ্পানৰ ফাইল ফটো। ফটো : ৰয়টাৰ্ছ

1.1k
VIEWS
Share on FacebookShare on Twitter

চন্দনকাঠৰ কুখ্যাত চোৰাং বেপাৰী হিচাপে সকলোৰে এটি পৰিচিত নাম প্ৰয়াত বীৰাপ্পানৰ জীয়ৰীয়ে শেহতীয়াকৈ বিজেপিত যোগদান কৰা কাৰ্যই দেশজুৰি চৰ্চা চলিছে।

তামিলনাডুৰ কৃষ্ণগিৰিত যোৱা ২২ ফেব্ৰুৱাৰিত অনুষ্ঠিত হৈ যোৱা এটা অনুষ্ঠানত বীৰাপ্পানৰ জীয়ৰী বিদ্যা ৰাণীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

বিদ্যা ৰাণীক দললৈ আদৰণি জনাই দলৰ সাধাৰণ সম্পাদক মুৰুলীধৰ ৰাও আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পন ৰাধাকৃষ্ণণে।

‘দুখীয়া আৰু বঞ্চিত হৈ থকা সমাজৰ যিকোনো জাতি আৰু ধৰ্মৰ লোকৰ বাবে মই কিবা এটা কৰিব বিচাৰো। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আঁচনিসমূহ ৰাইজৰ বাবে আৰু মই এই সুবিধা সমূহ তেওঁলোকৰ মাজলৈ লৈ যাব বিচাৰো’। বিজেপিত যোগদানৰ পিছতেই এইদৰে কয় বিদ্যা ৰাণীয়ে।

উল্লেখ্য যে ৰাণীয়ে যোৱা বৰ্ষৰ পৰা কৃষ্ণগিৰিত এটা টুইশ্যন চেন্টাৰ চলাই আছে। ‘আমি তেওঁক সঠিকৰূপত ব্যৱহাৰ কৰিম’, বিজেপিৰ ৰাজ্যিক সম্পাদক কে এছ নৰেন্দ্ৰনে দ্যা নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ আগত এই কথা সদৰী কৰে।

ইয়াৰ উপৰি ৰাণীক কেনেধৰণৰ দায়িত্ব প্ৰদান কৰা হ’ব সেই বিষয়ে পৰৱৰ্তী সময়ত দলে সিদ্ধান্ত ল’ব বুলিও উল্লেখ কৰে নৰেন্দ্ৰনে।

বিদ্যা ৰাণীৰ উপৰি উক্ত অনুষ্ঠানত অন্য ৰাজনৈতিক দলৰ পৰা অহা প্ৰায় ১০০০ ৰো অধিক লোকে বিজেপিত যোগদান কৰে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd