• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ কা’ বিৰোধী আন্দোলন খেল পথাৰৰ পৰা ৰাজপথলৈ যাব; মানস কোঁৱৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
December 12, 2020 6:51 am
20201211_224210

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 

কা’ বিৰোধী এক বিশাল গণ সমাবেশে কঁপালে শিৱসাগৰ। শুকুৰবাৰৰে পৰা বিভিন্ন জাতীয় দল-সংগঠন একত্ৰিত হৈ পুনৰ আৰম্ভ কৰিলে কা’ বিৰোধী আন্দোলন।

Apply Now

কা’ বিৰোধিতাৰে আৰু অখিল গগৈৰ মুক্তিৰ দাবীৰে শিৱসাগৰত হোৱা বিশাল গণ সমাবেশত বাধা দিবলৈ পুৱাৰে পৰা শিৱসাগৰ আৰক্ষী সষ্টম হৈ আছিল।

সমাবেশলৈ অহা শিৱসাগৰ জিলাৰ বিভিন্ন স্থানৰ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক আধা বাটতে আবদ্ধ কৰি ৰখাৰ অভিযোগ উঠিছে শিৱসাগৰ আৰক্ষীৰ বিৰুদ্ধে।

গণতান্ত্ৰিক ভাৱে কৰা এই আন্দোলনত আৰক্ষীয়ে বাধা প্ৰদান কৰাত ক্ষুণ্ণ হৈ পৰে দল সংগঠনৰ নেতা কৰ্মীসকল। শিৱসাগৰ আৰক্ষীৰ এনে কাৰ্যক তীব্ৰ সমালোচনা কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মানস কোঁৱৰে।

তেওঁ কয়,  শিৱসাগৰ আৰক্ষীয়ে আমাৰ এই সভা বিফল কৰিবলৈ যিমান চেষ্টা নকৰক অসমৰ ৰাইজৰ সংগ্ৰামী সত্তাক বাধা দিব নোৱাৰে। তেওঁ কয় যে ইয়াত  অধীক্ষক অমিতাভ সিনাহাৰ দাদাগিৰি নচলিব। ইয়াত অসমীয়া মানুহৰ দাদাগিৰি চলিব।

সভাত অমিতাভ সিনহাক বুঢ়া আঙুলি দেখুৱাই তেওঁ কয়, ‘’সাহস আছে যদি অমিতাভ সিনহাই আমাৰ এই প্ৰতিবাদী সভাখন বন্ধ কৰি দেখুৱাওক’’।

তেওঁ লগতে কয়, ‘’যোৱাবাৰ কা’ বিৰোধী আন্দোলনত অসমীয়া ৰাইজ স্বতঃফূতভাৱে ওলাই আহিছিল। অসমীয়া ৰাইজৰ অংশ গ্ৰহণে এই আন্দোলনক গণ বিদ্ৰোহলৈ ৰূপান্তৰিত কৰিছিল কিন্তু এচামে এই গণ বিদ্ৰোহক গণ অনশনলৈ পৰিণত কৰিলে।‘’

ইতিহাসে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে বুলি মন্তব্য কৰে মানস কোঁৱৰে।

মানস কোঁৱৰে কয় যে পূৰ্বৰ কা’ বিৰোধী আন্দোলন ৰাজপথৰ পৰা খেলপথাৰ পাইছিল। কিন্তু এইবাৰ তেনে নহয়। এইবাৰ কা’ বিৰোধী আন্দোলন ঐতিহাসিক শিৱসাগৰৰ পৰা খেল পথাৰত আৰম্ভ হৈ ৰাজপথলৈ যাব। তেওঁ অখিল গগৈক অতিসীঘ্ৰে মুক্তি দিবলৈ দাবী কৰে।

অৱশ্যে আৰক্ষীৰ বাধা নেওচি কেইবাহাজাৰ প্ৰতিবাদী জনতাই অংশ গ্ৰহণ কৰে কা’ বিৰোধী প্ৰতিবাদী সমদলত। ইয়াৰ দ্বাৰাই অসমৰ জনতাই চৰকাৰক জনায় দিয়ে অসমৰ ৰাইজে কা’ নামানে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd