• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঐতিহ্যমণ্ডিত বিশ্বনাথ ঘাটৰ বিশ্বনাথ হাইস্কুলৰ প্ৰবেশ দ্বাৰৰ আধাৰশিলা  স্থাপন

কাজি জেইদুল ইছলাম  by কাজি জেইদুল ইছলাম 
September 12, 2018 7:44 pm
Screenshot_20180912-104544-01
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাজত একাংশ লোক এতিয়াও আছে  যি নিজৰ স্বাৰ্থৰ বাবে নতুবা ৰাজনীতিৰ বাবে নহয় সমাজৰ হিতৰ বাবে , উন্নতি সাধনৰ বাবে,  সুন্দৰ প্ৰয়াসেৰে নিজৰ সমাজখন তথা আপোন গাওঁখন অথবা অঞ্চলটো গঢ়ি  তোলাৰ বাবে প্ৰচেষ্টা হাতত লয়। তাৰেই এক সুন্দৰ নিদৰ্শন দেখা পোৱা গৈছে গুপ্তকাশী বিশ্বনাথ ঘাটত।

বিশ্বনাথ ঘাটৰ বিশ্বনাথ হাইস্কুলত দীৰ্ঘদিন ধৰি এখন প্ৰৱেশদ্বাৰৰ অভাৱ অনুভৱ কৰি অহা হৈছিল। কিন্তু অৰ্থাভাৱত সেয়া নিৰ্মাণ হৈ উঠা নাছিল।

Apply Now

সাম্প্ৰতি এই প্ৰৱেশদ্বাৰখন নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে এসময়ত  বিশ্বনাথ হাইস্কুলত শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বতৰ্মানৰ প্ৰতিষ্ঠিত উদ্যোগপতি,  সমাজসেৱক অকণ শইকীয়া।

অকণ শইকীয়া ইতিমধ্যে সমগ্ৰ অসমত উজলি উঠিবলৈ  সক্ষম হৈছে তেওঁৰ কৰ্ম সংস্কৃতিৰ বাবে। দান-বৰঙণি আৰু সমাজৰ প্ৰতিটো ধৰ্মীয় অনুষ্ঠানত ধৰ্ম-নিৰপেক্ষভাৱে সহায় কৰি আহিছে অকণ শইকীয়াই ।  ১৯৬১ চনত স্থাপন হোৱা বিশ্বনাথ হাইস্কুলত  শিক্ষা গ্ৰহণ কৰিছিল অকণ শইকীয়াই | ৫০ বছৰ  গৰকা এই বিশ্বনাথ হাইস্কুলৰ এখন প্ৰৱেশদ্বাৰৰ বাবে ভিন্নজনে ৰাজ্য চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰি অহা পিছতো কোনো সমাধান নোপোৱাত অৱশেষত এই সমস্যাৰ কথা অকণ শইকীয়াই গম পোৱাত তেখেতে আজি সম্পুৰ্ণ নিজৰ খৰছেৰে এখন সুন্দৰ প্ৰৱেশদ্বাৰ নিৰ্মাণৰ বাবে প্ৰচেষ্টা  হাতত লয় আৰু সেই অনুসৰি আজি পুৱা ভাগত বিশ্বনাথ হাইস্কুল পথছোৱাত নতুন প্ৰৱেশদ্বাৰৰ  ‘আধাৰশিলা’ স্থাপন কৰে|

কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নাথাকিও যি কাম বিভাগীয় কৰ্ত্তৃপক্ষই কৰিব লাগিছিল সেই সময়ত তেখেতৰ এই নিদৰ্শন আৰু সমাজৰ প্ৰতি থকা আন্তৰিকতাৰ উদাৰণ এতিয়া সমগ্ৰ বিশ্বনাথৰ লগতে অসমত উজলি উঠিছে| উক্ত অনুস্থানত বিদ্যালয়খনৰ শিক্ষক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

কাজি জেইদুল ইছলাম 

কাজি জেইদুল ইছলাম 

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd