• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লিডুৰ বিশিষ্ট শিক্ষাবিদ পংকজ কুমাৰ দে পৰলোকগামী

NE NOW NEWS
মাৰ্ঘেৰিটা , March 25, 2019 8:29 pm

2 min read

IMG-20190325-WA0022

পৰলোকগামী পংকজ কুমাৰ দেৰ আলোকচিত্ৰ

218
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ লিডু অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ পংকজ কুমাৰ দে(৭৯)ৰ দেওবাৰে সন্ধিয়া প্ৰায় ৫ বজাত নিজা বাসভৱনত দেহাৱসান ঘটে ৷ দীৰ্ঘদিনধৰি বাধৰ্ক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল দে ৷ মৃত্যুৰ সময়ত শিক্ষাবিদ গৰাকীয়ে তিনিজন সন্তানসহ বহু আত্মীয় স্বজনক এৰি থৈ যায় ৷

তিনিচুকীয়া জিলাৰ মাকুমত আৰু পৰৱৰ্তী সময়ত লিডু বজাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা কৃতি শিক্ষকগৰাকী লিডু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপেও বহু বছৰ কাৰ্যনিৰ্বাহ কৰিছিল ৷

লিভুৰ বিভিন্ন সামাজিক আৰু শৈক্ষিক অনুষ্ঠানৰ লগত জড়িত হৈ থাকি এখন সুস্থ সমাজ আৰু শৈক্ষিক পৰিবেশ গঢ়াৰ বাবে সুদীৰ্ঘ সময় অৱদান আগবঢ়াই অহা বিশিষ্ট শিক্ষাবিদ গৰাকীৰ মৃত্যু সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি মত প্ৰকাশ কৰিছে লিডু শাখা সাহিত্য সভাৰ সভাপতি চন্দ্ৰ গৌতমে ৷

বিশিষ্ট শিক্ষাকৰ্মীগৰাকীৰ মৃত্যুত জ্যোতি চিত্ৰবনৰ সঞ্চালক পবিত্ৰ মাৰ্ঘেৰিটা, মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মা, লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কৃপা প্ৰসাদ উপাধ্যায়, শিক্ষাবিদ সোমেশ্বৰ নেওগ, মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰাম প্ৰসাদ আম্বেদকাৰ, যুটীয়া সম্পাদক তপন দে আৰু প্ৰশান্ত চেতিয়া, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বিপুল ৰয়, কংগ্ৰেছ নেতা প্ৰৱীন ৰাজখোৱা, হৰিনন্দ গড়, সাংবাদিক মানসপ্ৰতীম গগৈ আদিৰ লগতে বিভিন্ন দল সংগঠন ব্যক্তিয়ে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

 

Recent News

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

বিজেপি-কংগ্ৰেছলৈ প্ৰত্যাহ্বান! : লুৰীণৰ ঘোষণা ‘ৰাইজৰ দলৰে মিত্ৰতা হ’বই’

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd