• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাইত ধোৱাচাঙত সামাজিক দূৰত্ব; মানুহৰ অসচেতনতাক লৈ উদ্বিগ্ন সচেতন মহল

NE NOW NEWS নীলমণি শৰ্মা
কৃষ্ণাই , June 15, 2020 7:12 pm

1 min read

কৃষ্ণাইত ধোৱাচাঙত সামাজিক দূৰত্ব; মানুহৰ অসচেতনতাক লৈ উদ্বিগ্ন সচেতন মহল

ফটো : নৰ্থ-ইষ্ট নাও

4.1k
VIEWS
Share on FacebookShare on Twitter

চৌদিশে মহামাৰী ক’ৰ’নাৰ আতংক। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাই আছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা। সমগ্ৰ গোৱালপাৰা জিলাত এতিয়ালৈ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৭৯ লৈ বৃদ্ধি পালে।

জিলাখনৰ কৃষ্ণাই অঞ্চলত দেওবাৰে কোনো ভ্ৰমণ পৰিক্ৰমা নথকা দুলাল সাহা (৪৪) নামৰ লোকজনৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱাৰ পাছত শংকিত হৈ পৰিছে কৃষ্ণাইবাসী ৰাইজ।

ইতিমধ্যে গোৱালপাৰা জিলা প্ৰশাসনে কৃষ্ণাই আশুডুবি বৃহৎ অঞ্চলটোক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে।

কিন্তু কন্টেইনমেন্ট জ’ন ঘোষণা হোৱাৰ পাছতো আশুডুবিৰ বহু লোক আজিও সচেতন হোৱা নাই। উত্থাপিত অভিযোগ অনুসৰি কন্টেইনমেন্ট জ’নৰ ভিতৰৰ বহু লোকে আজিও কৃষ্ণাই বজাৰত টিঘিল ঘিলাই ঘূৰি আছে।

গোৱালপাৰা জিলা প্ৰশাসন আৰু আৰক্ষীয়ে এই ক্ষেত্ৰত কৃষ্ণাইত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি থকাৰ পাছতো একাংশ অসচেতন লোকে সামাজিক দূৰত্ব ধূলিসাৎ কৰি তথা মুখত মাস্ক পৰিধান নকৰাইকৈ বেংক, দোকান আদিত ভিৰ কৰা পৰিলক্ষিত হৈছে।

সচেতন মহলৰ দাবী কৃষ্ণাইত প্ৰশাসন তথা আৰক্ষীয়ে বহু চেষ্টা কৰিয়ো আজিলৈ বুজাব পৰা নাই একাংশ লোকক ৷ যদি ৰাইজ সচেতন নহয় তেন্তে কৃষ্ণাইত কোৰনাই ভয়ংকৰ ৰূপ লোৱাটো নিশ্চিত।

Recent News

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd