• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছ’চিয়েল মিডিয়াৰ হিৰ’ ৰাজনীতিত হ’লগৈ জিৰ’! মাত্ৰ ১৩১টা ভোটহে পালে লক্ষাধিক ফ’লৱাৰ থকা চেলিব্ৰিটি এজাজ খানে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 24, 2024 8:29 am
77
VIEWS
Share on FacebookShare on Twitter

অৱশেষত বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী তথা বিতৰ্কিত চেলিব্ৰিটি এজাজ খানৰ ভৰি দুখন মাটিত পৰিল। ৰূপালী পৰ্দাত পৰিচিত হ’লেও তেওঁ উপলব্ধি কৰিছিল যে তেওঁৰ বাবে ৰাজনীতি একেবাৰে সহজ নহয়।

তেওঁ আজাদ সমাজ পাৰ্টি (কানচিৰাম)ৰ টিকটত ভাৰ্চোভা আসনৰ পৰা মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু ফলাফল ওলোৱাৰ সময়ত দেখা গ’ল যে এজাজে মাত্ৰ ১৩১টা ভোটহে পাইছিল। এই ভোটত তেওঁৰ পৰিয়ালৰ সদস্যৰ সংখ্যা ৭০ জনতকৈ অধিক৷

ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যা ৫৬ লাখতকৈও অধিক। ফেন পেজটো চালেও দেখা যায় যে অভিনেতাজনৰ কেইবালাখ ফ’ল’ৱাৰ আছে। কিন্তু ভোট যুদ্ধত তথৈবচ অৱস্থা হ’ল অভিনেতাজনৰ।

নিৰ্বাচন আয়োগে প্ৰদান কৰা তথ্য অনুসৰি সমষ্টিটোৰ ৭৪৭ জন ভোটাৰে নোটাক বাছি লৈছিল যদিও এজাজৰ প্ৰতি একেবাৰেই গুৰুত্ব নিদিলে। সেইবাবেই তেওঁ মাত্ৰ ১৩১টা ভোটহে পালে। অৱশ্যে ছ’চিয়েল মিডিয়াত সমালোচনাৰ ধুমুহাৰ সন্মুখীন হৈছে ‘হেভিৱেট’ অভিনেতাগৰাকী।

এজাজৰ জন্ম হৈছিল গুজৰাটৰ আহমেদাবাদত। ২০০৩ চনত তেওঁ বলীউডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেখেতে কেইবাখনো জনপ্ৰিয় টিভি ধাৰাবাহিকতো অভিনয় কৰিছে। লগতে বিগ বছৰ ছিজন ৭ৰ প্ৰতিযোগী। কিন্তু এজাজৰ জীৱনটো যথেষ্ট নাটকীয়। ২০২১ চনত মুম্বাই বিমানবন্দৰৰ পৰা ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ৰূপালী পৰ্দাৰ নায়কগৰাকী। প্ৰায় দুবছৰ কাৰাবাসৰ অন্তত মুক্তি পাইছিল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd