• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিষয় কৃষক আন্দোলন: অসমলৈ আহিব বিশিষ্ট সমাজ বিজ্ঞানী যোগেন্দ্ৰ যাদৱসহ ৬ কৃষক নেতা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 11, 2021 8:21 pm

1 min read

Yogendra Yadav

যোগেন্দ্ৰ যাদব।

317
VIEWS
Share on FacebookShare on Twitter

দেশৰ কৃষিক্ষেত্ৰ, উদ্যোগক্ষেত্ৰ আদিত ক’লা আইন গ্ৰহণেৰে কেন্দ্ৰৰ বিজেপি চৰকাৰখনে দেশখনৰ কৃষক শ্ৰমিকৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ অৰ্থনৈতিক স্বাধীনতা হৰণ কৰি একাংশ পুঁজিপতি আৰু জনসাধাৰণক গোলাম সদৃশ দ্বিতীয় শ্ৰেণীৰ নাগৰিক সজোৱা দেখা গৈছে বুলি গুৰুতৰ অভিযোগ সংগ্ৰামী কৃষক-শ্ৰমিক সংঘৰ।

সেয়েহে এনে পৰিস্থিতিত অহা ১৪ মাৰ্চৰ দিনা অসমলৈ বিশিষ্ট সমাজ বিজ্ঞানী যোগেন্দ্ৰ যাদৱ আহি অসমত উপস্থিত হ’বহি।

সংগ্ৰামী কৃষক-শ্ৰমিক সংঘ, নিখিল ভাৰত কৃষক সভা, অসম ৰাজ্য পৰিষদ আৰু সুস্থ সমাজ বিকাশ চক্ৰৰ উদ্যোগত ‘কৃষক আন্দোলন আৰু ভাৰতৰ ৰাজনৈতিক পৰিস্থিতিত গণতান্ত্ৰিক নাগৰিকৰ দায়িত্ব’ শীৰ্ষক বিষয়ৰ ওপৰত এক বক্তৃতা প্ৰদান কৰিব যাদৱে।

তেওঁৰ সৈতে অন্য ছয়জন সংগ্ৰামী কৃষক নেতা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। তেওঁলোক হ’ল ক্ৰমে ড০ সুনীলাম. ড০ সনাতন সিং, অমৰজিৎ সিং, দীপক লাম্বা, ৰমজান চৌধুৰী আৰু পৰমজিৎ সিং।

এই সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সংগ্ৰামী কৃষক-শ্ৰমিক সংঘৰ সম্পাদক দীনেশ দাস আৰু নিখিল ভাৰত কৃষক সভাৰ সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত গগৈয়ে সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনায়।

এই বক্তৃতা প্ৰদান অনুষ্ঠিত হ’ব কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্চন হলত।

Recent News

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

index.jpg

কোভিড১৯ত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

index

এফালে কৰোনাতংকত কঁপি আছে দেশ; আনফালে ‘অক্সিজেন যুদ্ধ’ত প্ৰবৃত্ত দেশৰ কেবাখনো প্ৰদেশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd