• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এফালে মুখ্য মন্ত্ৰীৰ কংগ্ৰেছ দলক ‘বেইমান’ আখ্যা আনফালে বিজেপি-কংগ্ৰেছী কৰ্মীয়ে মিলি প্ৰহাৰ কৰিলে অগপ কৰ্মীক

মিণ্টু দাস by মিণ্টু দাস
December 22, 2018 8:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০ ডিচেম্বৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত কংগ্ৰেছ দলক ‘বেইমান’ বুলি কটাক্ষ কৰাৰ সময়তে বটদ্ৰৱাত দেখা গ’ল ইয়াৰ এক বিৰীত ছবি।

বটদ্ৱা বিধানসভা সমষ্টিৰ দলংঘাট উন্নয়নখণ্ডৰ অন্তৰ্গত হাতীযুঁজুৱা গাঁও পঞ্চায়তত অনুষ্ঠিত এক গাঁওসভাত বিজেপি আৰু কংগ্ৰেছী কৰ্মীয়ে মিলি অগপৰ কৰ্মীক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে।

Apply Now

উল্লেখযোগ্য যে ২১ ডিচেম্বৰত হাতীযুঁজুৱা গাঁও পঞ্চায়ত সচিব প্ৰবীণ শইকীয়াই চৰকাৰী নিৰ্দেশ মৰ্মে এখন গাঁও সভাৰ আহ্বান কৰিছিল। সভাখনত নিয়ম অনুসৰি সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত সভানেত্ৰীৰ পদ দখল কৰা চেলিমা বেগমৰ নামটো গাঁওসভাখন চলাই নিবৰ বাবে প্ৰস্তাৱিত কৰা হয়।

ফলত এই কথাতে সভাত উপস্থিত থকা একাংশ বিজেপি আৰু কংগ্ৰেছ দলৰ নেতা-কৰ্মী ক্ষুব্ধ হৈ পৰে আৰু পঞ্চায়ত সচিবজনৰ পৰা সভাৰ কাৰ্যসূচীখন কাঢ়ি আনিব খোজে। কিন্তু এই কথাত সভাত উপস্থিত স্থানীয় অগপ নেতা মনচুৰ আলী আহমেদে প্ৰতিবাদ কৰে।

মন কৰিব লগীয়া যে অগপ নেতা মনচুৰ আলীয়ে প্ৰতিবাদ কৰাত জনৈক আলী উপাধিৰ এজন বিজেপি নেতাই বুকুত ধৰি সভাৰ মঞ্চৰ পৰা নমাই আনে আৰু একাংশ বিজেপি আৰু কংগ্ৰেছী কৰ্মীয়ে মিলি বেয়াকৈ প্ৰহাৰ কৰে। এই ঘটনাত মনচুৰ আলীৰ লগতে আন এজন অগপ কৰ্মী বৰকট আলীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

বিজেপি-কংগ্ৰেছী কৰ্মীৰ আক্ৰমণত বুকু আৰু মূৰত গুৰুতৰভাৱে আহত অগপ কৰ্মী দুজনক নগাঁও ভোগেশ্বৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে এই ঘটনাত একাংশ উত্তেজিত লোকে গাঁও সভাৰ চকী-টেবুল ভাঙি লণ্ডভণ্ড কৰে। পিছত ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ইফালে বিজেপি দলে গাঁওসভালৈ তেওঁলোকক নিমন্ত্ৰণ নিদিয়া বুলি অভিযোগ কৰাৰ লগতে নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিসকলৰ শপত গ্ৰহণ নোহোৱাকৈ কিয় গাঁওসভা অনুষ্ঠিত কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছে। বিজেপি দলে অগপৰ কৰ্মীৰ আক্ৰমণত তেওঁ‌লোকৰ দুজন কৰ্মী আহত হোৱা বুলিও প্ৰতি অঠিযোগ আনিছে৷

স্থানীয় ৰাইজে ঘটনা যিয়েই সংঘটিত নহওক কিন্তু গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সমষ্টিত শেহতীয়াভাৱে বৃদ্ধি পোৱা ৰাজনৈতিক অহিষ্ণুতা আৰু আক্ৰোশমূলক ঘটনাত উদ্বিগ্ন হৈ পৰিছে আৰু দোষীক উপযুক্ত শাস্তি প্ৰদানৰ আহ্বান জনায়।

আনহাতে এই ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে অগপ দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নগাঁও অসামৰিক চিকিৎসালয়ত আহত লোক কেইজনৰ চিকিৎসাৰ বুজ লোৱাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তীব্ৰ গৰিহণা দি আৰু তদন্ত দাবী জনায়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd