• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচন : চামগুৰিত পুনৰ কংগ্ৰেছ-বিজেপিৰ মাজত সংঘাত; আহত ৫

NE NOW NEWS বিদ্যুৎ জ্যোতি বৰা
চামগুৰি , November 30, 2018 10:35 pm

1 min read

পঞ্চায়ত নিৰ্বাচন : চামগুৰিত পুনৰ কংগ্ৰেছ-বিজেপিৰ মাজত সংঘাত; আহত ৫
311
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও জিলাৰ চামগুৰিত বৃদ্ধি পাইছে নিৰ্বাচনীক কেন্দ্ৰীক হিংসাত্মক ঘটনাৰ।

আজি দুপৰীয়া পুনৰ চামগুৰি সমষ্টিৰ অধীনৰ লাওখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত ভূৰবন্ধা গাঁও পঞ্চায়তত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত হতাহতি হয়। দুই পক্ষৰ হতাহতিত পাঁচজনকৈ বিজেপিৰ কৰ্মী আহত হয়।

উল্লেখযোগ্য যে লাওখোৱাৰ ৪ নম্বৰ ভূৰবন্ধাৰ বিজেপিৰ দলৰ নিৰ্বাচনী কাৰ্যালয়ত একাংশ দুষ্কৃতিকাৰীয়ে আজি দুপৰীয়া ভাগত প্ৰৱেশ কৰি বিজেপিৰ কৰ্মীক মাৰপিত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে বুলি স্থানীয় একাংশ বিজেপিয়ে অভিযোগ উত্থাপন কৰে।

এই সংঘাতত বিজেপিৰ পাঁচজন লোক আহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত মাইনুদ্দিন নামৰ বিজেপি কৰ্মী গৰাকীক ইতিমধ্যে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমবাগান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে কালি নিশা অচিনাক্ত দুৰ্বৃত্তৰ এটি দলে চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰিপালিত অৱস্থিত এটা বিজেপিৰ কাৰ্যালয়ত অগ্নি সংযোগ কৰা ঘটনাও সংঘটিত হয়।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd