• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হজৰত মহম্মদে কৈ যোৱা কেইটামান মহান বাণী : জানো আহক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 31, 2025 3:31 pm
116
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হজৰত মহম্মদ আছিল ইছলাম ধৰ্মৰ প্ৰতিষ্ঠাপক। তেওঁক শেষ নবী বা ৰাছুল হিচাপে বিশ্বাস কৰা হয়। তেওঁৰ পূৰ্ণ নাম আছিল মহম্মদ ইবনে আব্দুল্লাহ। তেওঁ ৫৭০ খ্ৰীষ্টাব্দত আৰবৰ মক্কা নগৰীত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ আব্দুল্লাহ তেওঁৰ জন্মৰ আগতেই মৃত্যুবৰণ কৰিছিল, আৰু মাতৃ আমিনাৰ মৃত্যু হৈছিল যেতিয়া তেওঁৰ বয়স মাত্ৰ ছয় বছৰ আছিল। তেওঁ এজন অনাথ হিচাপে ডাঙৰ-দীঘল হৈছিল আৰু তেওঁৰ ককাক আবু তালিবৰ তত্ত্বাৱধানত ডাঙৰ হৈছিল।

মহম্মদ নবীয়ে ৪০ বছৰ বয়সত প্ৰথমবাৰৰ বাবে আল্লাহৰ পৰা বাণী লাভ কৰিছিল, যিটো হিৰা গুহাত ধ্যান কৰি থাকোঁতে ফিৰিস্তা জিব্ৰাইলৰ জৰিয়তে হৈছিল। এই বাণীবোৰ পিছলৈ কোৰআন নামৰ পবিত্ৰ গ্ৰন্থত সংকলিত হৈছিল। তেওঁৰ জীৱনৰ লক্ষ্য আছিল মানুহক একেশ্বৰবাদ (তৌহিদ)ৰ পথত আনি মূৰ্তিপূজা আৰু অন্যায় দূৰ কৰা।

Apply Now

তেওঁ সত্যবাদিতা, দয়া, ন্যায়পৰায়ণতা আৰু ধৈৰ্যৰ বাবে বিখ্যাত আছিল, আৰু তেওঁক আল-আমিন (বিশ্বাসযোগ্য) বুলি উপাধি দিয়া হৈছিল।

৬২২ খ্ৰীষ্টাব্দত তেওঁ মক্কাৰ পৰা মদিনালৈ হিজৰত (প্ৰব্ৰজন) কৰিছিল, যিটো ইছলামী কেলেণ্ডাৰৰ আৰম্ভণি হিচাপে গণ্য কৰা হয়। মদিনাত তেওঁ এটা শক্তিশালী মুছলিম সম্প্ৰদায় গঢ়ি তুলিছিল আৰু শেষত মক্কা জয় কৰিছিল।

৬৩২ খ্ৰীষ্টাব্দত মদিনাত তেওঁৰ মৃত্যু হয়, কিন্তু তেওঁৰ শিক্ষা আৰু জীৱনাদৰ্শ আজিও বিশ্বৰ কোটি কোটি মুছলমানৰ বাবে পথ প্ৰদৰ্শক।

তেওঁক কেৱল এজন ধৰ্মীয় নেতা হিচাপেই নহয়, এজন সমাজ সংস্কাৰক, ন্যায়ৰ প্ৰতীক আৰু মানৱতাৰ শিক্ষক হিচাপেও স্মৰণ কৰা হয়।

জানো আহক হজৰত মহম্মদে কৈ যোৱা কেইটামান মহান বাণী বা উক্তি –

১. তোমালোকৰ মাজত সৰ্বশ্ৰেষ্ঠ সেইজন যাৰ আচৰণ আৰু চৰিত্ৰ সৰ্বশ্ৰেষ্ঠ।

২. জন্মৰ পৰা মৃত্যুলৈকে জ্ঞানৰ সন্ধান কৰা।

৩. বিদ্বানৰ কলমৰ চিঞাহী শ্বহীদৰ তেজতকৈ পবিত্ৰ।

৪. দয়া বিশ্বাসৰ চিন, যিজন দয়ালু নহয় তেওঁৰ বিশ্বাস নাই।

৫. সেইজন লোক কেতিয়াও বিশ্বাসী নহয় যিজনে নিজে পেট ভৰাই খায় আৰু তেওঁৰ ওচৰ-চুবুৰীয়া ভোকত থাকে।

৬. শক্তিশালী মানুহ সেইজন নহয় যিয়ে মল্লযুঁজ কৰিব পাৰে, শক্তিশালী মানুহ সেইজনকে , যিজনে নিজৰ খং নিয়ন্ত্ৰণ কৰিব পাৰে।

৭. আনৰ মুখত হাঁহি বিয়পাই দিয়াটো এটা দান।

৮. যিয়ে আল্লাহ আৰু শেষ দিনত বিশ্বাস কৰে, তেওঁ ভাল কথা কওক অন্যথা মনে মনে থাকক।

৯. সৰ্বশ্ৰেষ্ঠ দান সেইটো যিটোৰে তুমি শত্ৰুতাক আত্মীয় কৰিব পাৰা।

১০. এই পৃথিৱীত এনেকৈ থাকা যেন তুমি এজন পৰদেশী বা পথিক।

১১. আল্লাহৰ ওচৰত সৰ্বশ্ৰেষ্ঠ কাম সেইবোৰ যিবোৰ সৰু হ’লেও নিয়মিত ।

১২.  এটা ভাল কথা এটা দান।

১৩. তোমালোকৰ মাজত সৰ্বশ্ৰেষ্ঠ সেইজন যিয়ে নিজৰ পত্নীক সন্মান কৰে।

১৪. যিয়ে মানুহৰ প্ৰতি কৃতজ্ঞ নহয়, তেওঁ আল্লাহৰ প্ৰতিও কৃতজ্ঞ নহয়।

১৫. ধনী হোৱা মানে বহুত সম্পত্তি থকা নহয়, ধনী হৈছে মনৰ ধনী।

১৬. শ্ৰমিকক গাৰ ঘাম শুকুৱাৰ আগতেই পাশ্ৰমিক দি আদায় কৰিব লাগে।

১৭. মাতৃৰ ভৰিৰ তলতেই স্বৰ্গ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd