DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘‘কাৰোবাৰ মৃত্যুৰ বাবে প্ৰেয়সী, প্ৰাক্তন প্ৰেয়সী, বন্ধু-বান্ধৱক দোষ দিয়াটো অনুচিত’’; সুশান্তৰ আত্মহত্যাৰ পাছত সোনম কাপুৰৰ মন্তব্য

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2020 11:31 pm
চোনম কাপুৰৰ টুইটটো, উৎস-ইণ্টাৰনেট

চোনম কাপুৰৰ টুইটটো, উৎস-ইণ্টাৰনেট

4k
VIEWS
Share on FacebookShare on Twitter

‘‘কাৰোবাৰ মৃত্যুৰ বাবে প্ৰেয়সীক, প্ৰাক্তন প্ৰেয়সীক, পৰিয়ালক আৰু বন্ধু-বান্ধৱীক দোষ দিয়াটো অপ্ৰয়োজনীয় আৰু……(অশ্লীল শব্দ).’’ বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী সোনম কাপুৰে এনেদৰে টুইট কৰে।

বলিউদৰ জনপ্ৰিয় যুৱ অভিনেতা সুশান্ত সিং ৰাজপুতে ১৪ জুনত মুম্বাইস্থিত নিজ বাসগৃহত আত্মহত্যা কৰাৰ পাছতে সোনম কাপুৰে এইদৰে টুইট কৰে।

দেওবাৰে সুশান্তৰ মৃত্যুৰ বাতৰি প্ৰকাশ পোৱাৰ পাছত অভিনেতা গৰাকীৰ এখন ফটো নিজৰ ইষ্টাগ্ৰামত শ্বেয়াৰ কৰি সোনম কাপুৰে লিখে, ‘আশাকৰো তুমি শান্তি বিচাৰি পাবা’’।

উল্লেখযোগ্য যে, সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাছতে বলিউদ সমাজ প্ৰসংগত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে।

অভিনেত্ৰী কংগনা ৰাণাৱতে ছ’চিয়েল মিডিয়াযোগে বলিউদ সমাজক তীব্ৰ কটাক্ষ কৰি একপ্ৰকাৰ সুশান্তৰ মৃত্যুৰ বাবে জগৰীয়া কৰে।

বহুতে সুশান্তৰ মৃত্যুৰ বাবে তেওঁৰ ব্যক্তিগত জীৱন প্ৰসংগও চৰ্চাৰ মাজলৈ আনিছে য’ত তেওঁৰ বৰ্তমানৰ আৰু প্ৰাক্তন প্ৰেয়সীৰ নাম উচ্চাৰিত হৈছে।

Recent News

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

পাকিস্তানে নিষিদ্ধ কৰিলে ৱিকিপিডিয়া

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

ম্যানমাৰৰ ৩৭ খন চহৰত বলবৎ কৰা হৈছে সামৰিক আইন

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd