• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে প্ৰধান মন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰিলে এখন গুৰুত্বপূৰ্ণ পত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 16, 2020 12:13 pm
Sonia Gandhi SPG cover to Gandhis withdrawn: report

ছোনিয়া গান্ধী, উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে পেট্ৰ’ল-ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ সিদ্ধান্তক অংশেবেদনশীল বুলি মন্তব্য কৰি আজি প্ৰধান মন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰে।

পত্ৰখনৰ জৰিয়তে ছোনিয়া গান্ধীয়ে মহামাৰী ক’ৰ’নাৰ সময়ত দেশবাসী চিন্তিত হৈ থকাৰ সময়তে এনে মূল্যবৃদ্ধি আপ্ৰাংগিক বুলি মন্তব্য কৰি এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়।

Apply Now

কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে কয় যে, চৰকাৰে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি কৰি ২,৬০,০০০ কোটি টকাৰ অতিৰিক্ত ৰাজহ সংগ্ৰহৰ প্ৰচেষ্টা চলাইছে।

ছোনিয়া গান্ধীয়ে লগতে কয় যে প্ৰধান মন্ত্ৰীয়ে দেশৰ জনসাধাৰণক আত্মনিৰ্ভৰ হ’বলৈ আহ্বান জনোৱাৰ সময়ত এনে মূল্যবৃদ্ধিৰ চাপ প্ৰদান কৰা উচিত নহয়।

তেওঁ কয়, ‍‘মহামাৰী ক’ৰ’না বিৰোধী যুঁজত ভাৰতে স্বাস্থ্য, আৰ্থিক আৰু অন্যান্য সামাজিক অসুবিধাৰ সন্মুখীন হৈছে। মোৰ এই কথাত দুখ লাগিছে যে এই সংকটৰ সময়ত চৰকাৰে পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰি অংশেবেদনশীল নিৰ্ণয় লৈছে’।

দেশৰ এই সংকটৰ সময়ত কোটিৰো অধিক লোকে চাকৰি হেৰুৱাইছে, কৃষকে সমস্যাৰ সন্মুখীন হৈছে তথা বিভিন্ন সৰু সৰু উদ্যোগ বন্ধ হৈ পৰাৰ পিছতো চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যিটো উচিত নহয় বুলি মন্তব্য কৰিছে কংগ্ৰেছ অধ্যক্ষ চোনিয়া গান্ধীয়ে।

তেওঁ লগতে কয় যে যোৱা কিছু দিনৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰত কেচা তেলৰ মূল্য প্ৰায় ৯ শতাংশ হ্ৰাস পাইছে, কিন্তু চৰকাৰে এই সংকটৰ সময়ত জনসাধাৰণক ইয়াৰ লাভ প্ৰদান কৰাৰ বাবে একো কৰা নাই।

‍‘মই আপোনাক অনুৰোধ জনাও যে মূল্যবৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক আৰু কেচা তেলৰ দাম হ্ৰাস পোৱাৰ লভ্যাংশ জনসাধাৰণক প্ৰদান কৰক’, পত্ৰত এইদৰে উল্লেখ কৰে ছোনিয়া গান্ধীয়ে।

উল্লেখ্য যে তেল কোম্পানি সমূহে মঙলবাৰে পেট্ৰ’লৰ দাম পুনৰ ৪৭ পইচা আৰু ডিজেলৰ দাম ৯৩ পইচা বৃদ্ধি কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd