• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উন্নয়নৰ পৰিৱৰ্তে কংগ্ৰেছে কেৱল দুৰ্নীতিহে কৰিলে :মুখ্য মন্ত্ৰী সোণোৱাল

ছফিকুল আহমেদ by ছফিকুল আহমেদ
April 18, 2019 6:51 pm
58114920_2354028464832124_4728580498350145536_n

গুৱাহাটী সমষ্টিৰ লোকসভাৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য মন্ত্ৰী সোণোৱাল। ফটো : ফেচবুক

647
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গোৱালপাৰাৰ এখন নিৰ্বাচনী সভাত কংগ্ৰেছক প্ৰায় ‘শক্তিহীন’ বুলি অভিহিত কৰি কংগ্ৰেছক ইয়াৰ ‘অপশাসনৰ’ বাবে তীব্ৰ সমালোচনা কৰে।

‘’কংগ্ৰেছে ৬০ বছৰতকৈয়ো অধিক কাল দেশখনত শাসন চলাইছে। কিন্তু উন্নয়নৰ পৰিৱৰ্তে ভাৰতৰ আটাইতকৈ পুৰণি দলটোৱে কেৱল দুৰ্নীতিহে কৰিলে। দলটোৰ নেতৃত্বৰ প্ৰতি সেই কাৰণেই ৰাইজৰ আৰু আস্থা নোহোৱা হৈ আহিছে আৰু ই প্ৰায় এক ক্ষমতাহীন শক্তিত পৰিণত হৈছে,’’-মুখ্য মন্ত্ৰীয়ে মন্তব্য কৰে।

সোণোৱালে দুধনৈত গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাইছিল। ‘বিজয় সংকল্প’ নাম দিয়া সমাৱেশখনত মুখ্য মন্ত্ৰীয়ে চৰকাৰৰ কামকাজৰো খতিয়ান দাঙি ধৰে।

বিজেপিৰি নেতাগৰাকীয়ে কয় যে বিগত আঢ়ৈ বছৰত ‘’গোৱালপাৰা জিলাৰ চাৰিওটা লোকসভা সমষ্টিত ৰাস্তা ঘাট নিৰ্মাণ তথা যাতায়তৰ আহুকাল দূৰ কৰাকে ধৰি ব্যাপক উন্নয়ন হৈছে।‘’

আনহাতে, ৰাভা হাছং স্বায়ত্ত পৰিষদৰ মুখ্য কৰ্যবাহী সদস্য টংকেশ্বৰ ৰাঙা আৰু স্থানীয় বিধায়ক দীপক ৰাভাইয়ো সভাত ভাষণ দিয়ে আৰু উপস্থিত ৰাইজক গেৰুৱা দলটোৰ সপক্ষে ভোট দিয়াৰ বাবে আহ্বান জনায়।

টংকেশ্বৰ ৰাভাই মন্তব্য কৰে যে অসমত কংগ্ৰেছ দল ১৫ বছৰ ধৰি শাসনত থকাৰ সময়ত ‘’চাৰিওপিনে অনিশ্চয়তা বিৰাজ কৰিছিল।‘’

তেওঁ ভোটাৰ ৰাইজক ‘কংগ্ৰেছক ভোট দি ভুল নকৰিবলৈ’ আহ্বান জনায়।

Tags: নিৰ্বাচন ২০১৯

Recent News

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd