• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শাক-পাচলি বিক্ৰী কৰি থকা যুৱতীক চাকৰি দিলে চনু চুডে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 29, 2020 11:56 am

1 min read

শাক-পাচলি বিক্ৰী কৰি থকা যুৱতীক চাকৰি দিলে চনু চুডে
966
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ সময়ত আৱদ্ধ শ্ৰমিক সকলক নিজ নিজ ৰাজ্যলৈ উভতি যোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ৰ হাত আগবঢ়োৱা বলিউদ অভিনেতা চনু চুডে আন এটা মহৎ কাম কৰি সকলোৰে হৃদয় জিনিছে।

ক’ভিড-১৯ মহামাৰীৰ ফলত চাকৰি হেৰুওৱা হাইদৰাবাদৰ এগৰাকী ২৮ বছৰীয়া যুৱতীয়ে শাক-পাচলি বিক্ৰী কৰিব লগীয়া হোৱাত চনুৱে যুৱতী গৰাকীক চাকৰিৰ ব্যৱস্থা কৰি দিয়ে।

হাইদৰাবাদৰ নিবাসী উনাদি শাৰদা নামৰ যুৱতী গৰাকী এটা মাল্টি নেশ্যনেল কোম্পানিত কৰ্মৰত হৈ আছিল।

কিন্তু লকডাউনৰ ফলত কোম্পানিটোৰ আৰ্থিক অৱস্থা বেয়া হোৱাত যুৱতী গৰাকীয়ে চাকৰি হেৰুৱায়। ইয়াৰ পিছৰে পৰা যুৱতী গৰাকীয়ে উপাৰ্জনৰ বাবে শাক-পাচলি বিক্ৰী আৰম্ভ কৰে।

শাৰদাই কয় যে মই এম এন ছিত কাম কৰিছিলো, কিন্তু লকডাউনৰ সময়ত কোম্পানিয়ে চাকৰি এৰিবলৈ কয়। ইয়াৰ পিছতে মই জীৱন নিৰ্বাহৰ বাবে শাক-পাচলি বিক্ৰী কৰিবলৈ লও। অলপতে চনু চুডে মোক ফোন কৰি চাকৰিৰ অফাৰ দিয়ে। মই ইণ্টাৰভিউ দিছো, এতিয়া অতি শীঘ্ৰে শেষ সিদ্ধান্ত ল’ব লাগিব।

যুৱতী গৰাকীয়ে লগতে কয় যে লকডাউনৰ ফলত বহু যুৱক-যুৱতী কৰ্মহীন হৈ পৰিছে সেয়ে সেই যুৱক-যুৱতীসকলক সহায়ৰ বাবে চনু চুডৰ দৰে আৰু কিছু সংখ্যক লোক ওলাই অহাৰ প্ৰয়োজন।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd