• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৯ কোটি টকাৰ ঋণৰ গোচৰত কাৰাগাৰলৈ যোৱা ৰাজপাল যাদৱলৈ সহায়ৰ হাত ছনু সূদৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2026 6:38 pm
172
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলিউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱৰ বাবে বৰ্তমান সময়ছোৱা অতি সংকটপূৰ্ণ হৈ পৰিছে। প্ৰায় ৯ কোটি টকাৰ ঋণ আৰু চেক বাউন্সৰ এক পুৰণি গোচৰত আইনী মেৰপাকত পৰি অৱশেষত অভিনেতাগৰাকীয়ে দিল্লীৰ তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰিবলগীয়া হৈছে। ২০১০ চনত নিজৰ পৰিচালিত ছবি আটা পাটা লাপাটাৰ বাবে দিল্লীৰ এটা প্ৰতিষ্ঠানৰ পৰা লোৱা ৫ কোটি টকাৰ ঋণৰ পৰাই এই সমস্যাৰ সূত্ৰপাত হৈছিল। ছবিখন বক্স অফিচত ফ্লপ হোৱাৰ বাবে তেওঁ ঋণ পৰিশোধ কৰিব পৰা নাছিল আৰু পৰৱৰ্তী সময়ত সুদসহ এই ধনৰ পৰিমাণ বৃদ্ধি পাই প্ৰায় ৯ কোটি টকা হয়। আদালতে তেওঁক ধন পৰিশোধৰ বাবে বহুবাৰ সময় দিছিল যদিও সেই চৰ্তসমূহ পালন কৰিব নোৱাৰাৰ বাবে অৱশেষত তেওঁক ছমাহৰ কাৰাদণ্ড বিহা হয়।

কাৰাগাৰলৈ যোৱাৰ ঠিক আগমুহূৰ্তত ৰাজপাল যাদৱে সংবাদ মাধ্যমৰ আগত অত্যন্ত আৱেগিক হৈ পৰা দেখা গৈছিল। তেওঁ স্বীকাৰ কৰিছিল যে তেওঁ এতিয়া ঘোৰ আৰ্থিক সমস্যাৰ মাজেৰে দিন অতিবাহিত কৰিছে আৰু তেওঁৰ হাতত দিবলৈ কোনো টকা নাই। আটাইতকৈ দুখজনক কথাটো হ’ল যে এই কঠিন সময়ত তেওঁৰ কাষত থিয় হ’বলৈ কোনো বন্ধু বা শুভাকাংক্ষী আগুৱাই অহা নাছিল। তেওঁ অতি দুখেৰে কৈছিল যে চিনেমা জগতত তেওঁ এতিয়া সম্পূৰ্ণ অকলশৰীয়া আৰু এই যুঁজ তেওঁ অকলেই যুঁজিব লাগিব। আনকি তেওঁৰ অতি ঘনিষ্ঠ বন্ধুসকলেও এই সংকটৰ সময়ত তেওঁক সহায় কৰা নাই বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰিছিল।

Apply Now

ৰাজপাল যাদৱৰ এই আৱেগিক মন্তব্য ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে অভিনেতা ছনু সূদে সহায়ৰ হাত আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ছনুৱে তেওঁৰ টুইটাৰ আৰু ইনষ্টাগ্ৰামযোগে ঘোষণা কৰিছে যে ৰাজপাল যাদৱ তেওঁৰ আগন্তুক ছবিৰ এটা গুৰুত্বপূৰ্ণ অংশ হ’ব। সোণুৱে স্পষ্টকৈ জনাইছে যে এয়া কোনো দান বা চেৰিটি নহয়, বৰঞ্চ এজন মেধাৱী অভিনেতাৰ প্ৰতি জনোৱা সন্মানহে। তেওঁ ৰাজপালক এখন ছবিত অভিনয়ৰ প্ৰস্তাৱ দিয়াৰ লগতে অগ্ৰিম ধন হিচাপে এটা মোটা অংকৰ চেক দিয়াৰ কথাও উল্লেখ কৰে, যাতে তেওঁৰ আৰ্থিক বোজা কিছু পৰিমাণে লাঘৱ হয়।

ছনু সূদে চলচ্চিত্ৰ জগতৰ বাকী শিল্পী আৰু প্ৰযোজকসকলকো এই সংকটৰ সময়ত ৰাজপাল যাদৱৰ কাষত থিয় হ’বলৈ আহ্বান জনাইছে। তেওঁ কৈছে যে কেতিয়াবা সময় অতি নিষ্ঠুৰ হ’ব পাৰে, কিন্তু তাৰ বাবে এজন প্ৰতিভাশালী অভিনেতাক হেৰুৱাই পেলোৱা অনুচিত। উদ্যোগটোৰ সকলোৱে মিলি সহায় কৰিলে এজন শিল্পীয়ে পুনৰ নিজৰ ভৰিৰ ওপৰত থিয় হ’ব পাৰিব বুলি ছনুৱে বিশ্বাস প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd