• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱত ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছোচিয়েচন অৱ আছামৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

'বহিঃৰাজ্যৰ শব্দ যন্ত্ৰেৰে অসমৰ অনুষ্ঠান চলিবলৈ দিয়া নহ'ব' : বিপুল দাস

NE NOW NEWS মুৰুলী বৰুৱা
নগাঁও , January 28, 2021 6:50 am

2 min read

IMG-20210127-WA0006
151
VIEWS
Share on FacebookShare on Twitter

নগাঁও চহৰৰ সমীপৱৰ্তী বৰঘাটত বুধবাৰে ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছোচিয়েচন অৱ আছামৰ কেন্দ্ৰীয় সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা  অনুষ্ঠিত হয়।

এছ এছ পি এ এৰ কাৰ্যকৰী সভাপতি বিপুল দাসে সভাপতিত্ব কৰা সভাত ল’ৱাৰ আছাম ছাউণ্ড এছোচিয়েচনৰ সম্পাদক অবিন চন্দ্ৰ নাথৰ লগতে গোৱালপাৰা, চিৰাং জিলাৰ কেবাই গৰাকী সদস্যই অংশ গ্ৰহণ কৰে।

একেদৰে গুৱাহাটী, দৰং, ওদালগুৰি, নগাঁও, যোৰহাটকে আদি কৰি বহুকেইখন জিলাৰ সদস্যই সভাত অংশগ্ৰহণ কৰি বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।

বিশেষকৈ বহিঃ ৰাজ্যৰ ছাউণ্ড ছিষ্টেমৰ যোগানকাৰীৰে অসমৰ বজাৰ ভৰি পৰিছে আৰু শেহতীয়াকৈ শিৱসাগৰৰ জেৰেঙা পথাৰত প্ৰধান মন্ত্ৰীৰ সভাত শব্দ বিজুতিত ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছোচিয়েচন অৱ আছামৰ সভাই গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে উক্ত ঘটনাৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে।

লগতে ভৱিষ্যতে অসমত হোৱা চৰকাৰী বেচৰকাৰী অনুষ্ঠানত যাতে বহিঃৰাজ্যৰ ছাউণ্ড মালিকে ছাউণ্ড সেৱা আগবঢ়াব নোৱাৰে তাৰ বাবে প্ৰবল দাবী উত্থাপন কৰে ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছোচিয়েচন অৱ আছামৰ কাৰ্যকৰী সভাপতি বিপুল দাসে।

তাৰ সমান্তৰালকৈ থলুৱা লোকৰ শব্দ যন্ত্ৰ ভাড়াত ল’বলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক সভাই আহ্বান জনাইছে।

 ছাউণ্ড ছিষ্টেম প্ৰভাইডাৰ্ছ এছোচিয়েচন অৱ আছামৰ প্ৰথম বাৰ্ষিক মুকলি অধিৱেশন গুৱাহাটীত ফেব্ৰুৱাৰী মাহৰ ২৭ আৰু ২৮ তাৰিখে অনুষ্ঠিত কৰা হ’ব বুলি সৰ্বসন্মতি ক্ৰমে এটি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

সকলো অনুষ্ঠান চলি থকাৰ সমান্তৰালকৈ সাংস্কৃতিক অনুষ্ঠানসমূহ চলিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় এছ এছ পি এ এ ৰ সম্পাদক প্ৰতাপ কোৱঁৰে।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd