• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বন্যপ্ৰাণী ৰপ্তানিত বিসংগতি! অনন্ত আম্বানীৰ বনতাৰাৰ বিৰুদ্ধে তদন্ত বিচাৰিলে দক্ষিণ আফ্ৰিকাৰ পশু সুৰক্ষা মঞ্চই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2025 10:18 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩০টা ৰাষ্ট্ৰীয় সংস্থাৰ সহযোগিতাৰে গঠিত দক্ষিণ আফ্ৰিকাৰ বন্যপ্ৰাণী পশু সুৰক্ষা মঞ্চই দেশখনৰ বন, মীন আৰু পৰিৱেশ মন্ত্ৰালয়ক গ্ৰীণছ জুলজিকেল ৰেচকিউ এণ্ড ৰিহেবিলিটেচন চেণ্টাৰ বা বনতাৰালৈ বৃহৎ সংখ্যক বন্যপ্ৰাণী ৰপ্তানিৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে, গুজৰাটৰ জামনগৰৰ ব্যক্তিগত চিৰিয়াখানা বনতাৰাৰ মালিক ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী।

Apply Now

২০২৫ চনৰ ৬ মাৰ্চ তাৰিখে দক্ষিণ আফ্ৰিকাৰ পৰিৱেশ মন্ত্ৰী ডিয়ন জৰ্জলৈ লিখা এখন পত্ৰত ৱাপিএফএছএই এই পশু স্থানান্তৰৰ বৈধতা আৰু নৈতিক প্ৰভাৱৰ সন্দৰ্ভত গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে, বিশেষকৈ নাহৰফুটুকী, চিতা, বাঘ আৰু সিংহৰ ৰপ্তানিৰ ওপৰত আলোকপাত কৰিছে।

মন্ত্ৰী জৰ্জলৈ প্ৰেৰণ কৰা আৰু বন, মীন আৰু পৰিৱেশ বিভাগৰ সঞ্চালক প্ৰধান আৰু দক্ষিণ আফ্ৰিকাৰ চিআইটিইএছ পৰিচালনা কৰ্তৃপক্ষকে ধৰি গুৰুত্বপূৰ্ণ বিষয়াসকললৈ প্ৰেৰন কৰা পত্ৰখনত বন্য প্ৰাণী আৰু উদ্ভিদৰ বিপন্ন প্ৰজাতিৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তি (চিআইটিইএছ)ৰ উলংঘাৰ সম্ভাৱনীয়তাৰ কথা উল্লেখ কৰা হৈছে।

ৱাপিএফএছএৰ পৰিচালক মেগান কাৰে পত্ৰখনত উল্লেখ কৰিছে যে, “আমি জানো যে ভাৰতৰ গ্ৰীণছ জুলজিকেল ৰেচকিউ এণ্ড ৰিহেবিলিটেচন চেণ্টাৰলৈ আমদানি কৰা বৃহৎ পৰিমাণৰ বিভিন্ন জীৱিত প্ৰজাতিৰ বন্যপ্ৰাণী সন্দৰ্ভত চিআইটিইএছৰ ভিতৰত অবৈধ কাৰ্যকলাপক উদ্বেগ উত্থাপন কৰা হৈছে।”

তেওঁ কয়, ‘‘২০২৩ চনৰ নৱেম্বৰ মাহত চিআইটিইএছৰ স্থায়ী সমিতিৰ ৭৭ সংখ্যক বৈঠকৰ আৰম্ভণিতে ভাৰতৰ বিৰুদ্ধে নীতি উলংঘাৰ গোচৰ উত্থাপন কৰা হৈছিল।”

ইপিনে ৱাপিএফএছএৰ উদ্বেগক আৰু অধিক ইন্ধন যোগাইছে চিআইটিইএছৰ পৰিশিষ্ট একত তালিকাভুক্ত জটিলভাৱে বিপন্ন প্ৰজাতিৰ প্ৰজাতিকে ধৰি ভাৰতলৈ জীৱিত প্ৰাণী আমদানিৰ সন্দৰ্ভত চিআইটিইএছ সচিবালয়ে লাভ কৰা তথ্যই।

পত্ৰখনত ২০২৩ চনত জিজেডজেডআৰচিৰ প্ৰতিনিধিয়ে চিআইটিইএছ সচিবালয়লৈ কৰা ভ্ৰমণৰ ওপৰতো আলোকপাত কৰা হৈছে, য’ত তেওঁলোকে বুজাই দিছে যে কেন্দ্ৰটোৱে ভাৰতৰ বাহিৰৰ কঠিন পৰিস্থিতিৰ পৰা জীৱ-জন্তু উদ্ধাৰ কৰিছে। কিন্তু বন্যপ্ৰাণীৰ ৰপ্তানিৰ বৈধতা আৰু চিটিইএছৰ নথি-পত্ৰ লাভৰ বাবে ব্যৱহাৰ কৰা পদ্ধতিৰ বিষয়ে উদ্বেগ্নতা প্ৰকাশ কৰিছে।

সংস্থাটোৱে অভিযোগ কৰিছে যে, দক্ষিণ আফ্ৰিকাত বন্দীভাৱে প্ৰজনন কৰা প্ৰজাতিৰ যথেষ্ট সংখ্যকক ব্যৱসায়িক উদ্দেশ্যত ৰপ্তানি কৰা হ’ব পাৰে, যাৰ ফলত এই ৰপ্তানিৰ প্ৰকৃত চৰিত্ৰৰ ওপৰত অধিক প্ৰশ্ন উত্থাপন হৈছে।

ৱাপিএফএছএই বিষয়টোৰ ওপৰত সম্পূৰ্ণ আৰু তাৎক্ষণিক তদন্ত কৰিবলৈ মন্ত্ৰী জৰ্জক আহ্বান জনাইছে।

বৰ্তমান গোটটোৱে মন্ত্ৰীগৰাকীৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am
ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

ৰাতি লাইট জ্বলাই শোৱাৰ অভ্যাস আছে নেকি? সাৱধান, আপোনাৰ অজ্ঞাতেই বিপদত পৰিব পাৰে হৃদযন্ত্ৰ!

September 17, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd