DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, January 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাপ্তবয়স্ক যৌন পুতলা আমদানিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে দক্ষিণ কোৰিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2022 7:51 pm
125
VIEWS
Share on FacebookShare on Twitter

কেইবামাহৰ পিছত দক্ষিণ কোৰিয়াৰ প্রশাসনে অৱশেষত প্ৰাপ্তবয়স্ক-আকৃতিৰ যৌন পুতলা আমদানিৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে।

বিবিচিৰ এক প্ৰতিবেদন অনুসৰি, চৰকাৰে মানুহৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰা বিষয়ত একাধিক বিতৰ্কৰ পিছত এই নিষেধাজ্ঞা উঠাই লোৱা হৈছে।

সংশোধিত নিৰ্দেশনা অনুসৰি, কেৱল প্ৰাপ্তবয়স্ক আকৃতিৰ পুতলাবোৰ শুল্ক বিভাগৰ (custom) জৰিয়তে হয়। নিৰ্দেশনাৱলীত লগতে কোৱা হৈছে যে নাবালকক প্ৰতিফলিত কৰা শিশুসদৃশ পুতলা এতিয়াও নিষিদ্ধ।

লগতে পঢ়ক: ১০২ টা সন্তানৰ পিতৃৰ ১২ গৰাকী পত্নীক নিৰ্দেশ, ‘আৰু নহয়, এতিয়া গৰ্ভনিৰোধক টেবলেট খোৱা’

উল্লেখ্য যে দক্ষিণ কোৰিয়াত যৌন পুতলা অবৈধ নহয় যদিও ২০১৮ চনৰ পৰা শুল্ক বিভাগে এনেকুৱা হাজাৰ হাজাৰ পুতলা জব্দ কৰিছিল।

দক্ষিণ কোৰিয়াৰ পৰম্পৰা আৰু ৰাজহুৱা নৈতিকতাৰ ক্ষতি কৰা বুলি বিবেচিত জীৱনাকৃতিৰ যৌন পুতলাৰ ওপৰত সামগ্ৰী নিষিদ্ধ কৰা এক আইনৰ অধীনত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

কেইবাজনো আমদানিকৰ্তাই আদালতলৈ গৈ নিষেধাজ্ঞা উঠাই ল’বলৈ আবেদন জনাই কৈছিল যে এই সামগ্ৰীবোৰে মানুহৰ মৰ্যাদাৰ ওপৰত প্ৰভাৱ নেপেলায়।

লগতে পঢ়ক: দুৰ্নীতিৰ গোচৰত কাৰাবাস হোৱা দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি লী মিয়াঙক ৰাষ্ট্ৰপতিৰ ক্ষমা দান

উচ্চতম ন্যায়ালয়ে ২০১৯ চনত কৈছিল যে যৌন পুতলাবোৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰা হয় আৰু পৰ্ণগ্ৰাফীৰ দৰে একে শ্ৰেণীৰ অন্তৰ্গত, যিটো কঠোৰভাৱে নিয়ন্ত্ৰিত, কিন্তু আইনী।

Recent News

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

আদানীৰ বিত্তীয় কেলেংকাৰী! ক্ষতিগ্ৰস্ত হৈছে LIC, কিয় আৰু কেনেকৈ? জানিবলৈ চাওক…

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

বায়ুসেনাৰ দুই যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত : আকাশমাৰ্গতে মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ!

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

কিমান বছৰ বয়সত এগৰাকী কন্যা মাতৃ হ’ব লাগে? ক’লে বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

BBCৰ গুজৰাট সংঘৰ্ষৰ তথ্যচিত্ৰ : কংগ্ৰেছ নেতাৰ শশী থাৰুৰক আক্ৰমণ কাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd