• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত; আজি নগাঁৱত চি বি আইয়ে জেৰা কৰিব এছ পি লীনা দলেক

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2023 12:33 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত চিবিআইয়ে তলব কৰাৰ পিছতে নগাঁৱৰ পূৰ্বৰ আৰক্ষী অধীক্ষক লীনা দলে আহি নগাঁওত উপস্থিত হৈছে।

সম্প্ৰতি হাইলাকান্দিত নিযুক্ত আৰক্ষী অধীক্ষকগৰাকীৰ নাম জোনমণি ৰাভাৰ মাতৃয়ে এজাহাৰত উল্লেখ কৰিছিল। জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছত ব্যাপক প্ৰতিবাদৰ পিছতে লীনা দলেৰ লগতে নগাঁও আৰক্ষীৰ অন্যান্য বিষয়াক ৰাজ্যৰ বিভিন্ন স্থানলৈ বদলি কৰা হয়।

উল্লেখ্য যে মৃত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ বাহনৰ পৰা এটা মোবাইল ফোন উদ্ধাৰ হোৱাৰ পিছত বৃহস্পতিবাৰে চিবিআইয়ে নগাঁৱত এপিএছ বিষয়া বেদান্ত মাধব ৰাজখোৱা আৰু লুনা নেওগক জেৰা কৰে।

Apply Now

লগতে পঢ়কঃ নেৰানেপেৰা বৰষুণ, তাৰ মাজতে গুৱাহাটীত ভূমিস্খলনৰ ঘটনা; আহত তিনিজন লোক

যোৱা ১৬ মে’ত নগাঁও জিলাৰ জখলাবন্ধাত সংঘটিত সন্দেহযুক্ত পথ দুৰ্ঘটনাত নিহত হোৱা অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে জড়িত চাৰিটা গোচৰৰ তদন্ত কৰি আছে চিবিআইয়ে।

তদন্ত অব্যাহত ৰাখি দলটোৱে ঘটনাৰ প্ৰায় পাঁচ মাহৰ পিছত তেওঁৰ গাড়ীত মোবাইল ফোনটো উদ্ধাৰ কৰে।

নগাঁৱৰ জখলাবন্ধা থানাত ৰখা জোনমণি ৰাভাৰ গাড়ীখন অসম আৰক্ষীৰ বিষয়াসকলে ভালদৰে তালাচী চলোৱা নাছিল বুলি অভিযোগ উঠিছে৷

লগতে পঢ়কঃ Asian Games 2023: মহিলা কাবাডীত চীনা টাইপেইক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিলে ভাৰতে

বিষয়টো সন্দৰ্ভত জানিবলৈ দি এক সূত্ৰই জনোৱা মতে, জোনমণিৰ মৃতদেহ থকা ক্ষতিগ্ৰস্ত গাড়ীখনৰ ভিতৰত উদ্ধাৰ হোৱা মোবাইলটো জোনমণি ৰাভাৰ বুলি সন্দেহ কৰা হৈছে যিটো তেওঁৰ মৃত্যুৰ দিনটোৰ পৰাই নিৰুদ্দেশ হোৱা বুলি কোৱা হৈছে।

সূত্ৰই জনোৱা মতে, চিবিআইৰ দলটোৱে অপৰাধস্থলীৰ পুনৰীক্ষণৰ বাবে অঞ্চলটোলৈ গৈছিল আৰু অধিক তদন্তৰ অন্তত গাড়ীখনত ফোনটো উদ্ধাৰ কৰে।

লগতে পঢ়কঃচলিত মাহতে সূৰ্যগ্ৰহণ-চন্দ্ৰগ্ৰহণ; ভাৰতত কেতিয়া দেখা যাব, চাওক সবিশেষ

মোবাইলটো উদ্ধাৰ হোৱাৰ পিছতে  চিবিআইয়ে কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়াক অধিক সোধা-পোছাৰ বাবে নগাঁওলৈ তলব কৰে। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

July 2, 2026 12:01 pm
ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am
৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

July 2, 2026 12:01 pm
ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd